Category Archives: হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনী-sgisৰ পৰা

রসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম এর অনন্য কিছু গুণঃ –

রসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম এর অনন্য কিছু গুণঃ

● রাসূল (সা) পথ চলার সময় সামনের দিকে এমনভাবে ঝুঁকে চলতেন যাতে মনে হতো যে, তিনি যেন কোন ঢালু স্থান হতে অবতরণ করছেন ।
● রাসূল (সা) এর গাত্রবর্ণ ছিলো গৌর, মুখমন্ডল ছিলো অত্যন্ত সুশ্রী ও মাধূর্যমন্ডিত এবং দেহ মুবারক ছিলো মাঝারি গড়নের ।
● রাসূল (সা) কে দেখতে উদিত সূর্যের ন্যায় মনে হতো ।
● রাসূলুল্লাহ (সা) যখন প্রফুল্ল থাকতেন তখন তাঁর মুখমন্ডল এরূপ চমকিত হতো যে, মনে হতো যেন তা চন্দ্রের একটি অংশ ।
● রাসূল (সা) এর ঘর্মরাজি হতে সুগন্ধি প্রকাশ পেতো ।
● রাসূল (সা) যখন হাসতেন তখন মুচকি হাসতেন ।
● রাসূলুল্লাহ (সা) এর দাতগুলো ছিলো সব মানুষের চাইতে সুন্দর ।
● লজ্জাশীলতার কারণে নাবী কারীম (সা) দৃষ্টি নীচু রাখতেন এবং তাঁর ভয়ে অন্যান্যরা দৃষ্টি নীচু রাখতেন । তিনি পর্দানশীনা কুমারী মেয়ের চেয়ে অধিক লজ্জাশীল ছিলেন ।
● পথে চলতে গিয়ে তিনি কাউকে পিছনে ফেলে যেতেন না ।
● পানাহারের ব্যাপারে আপন দাস-দাসীদের সাথে কখনো অহংকার করতেন না ।
● রাসূলুল্লাহ (সা) ছিলেন সব চেয়ে বিনয়ী । তার আচরণে কখনো আত্মম্ভরিতার ঠাই ছিলো না ।
[সূত্রঃ আর-রাহীকুল মাখতুম, পৃষ্ঠা: ৫৪৮-৫৫৩]

আগ কথাতঃ“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

By:- sogoodislam@gmail.com (24/08/2014)

+++++++++++++++++++++++++++

আগ কথাতঃ একান্ত-ব্যক্তিগতঃ

+++++++++++++++++++++++++++

দিনটোৰ পাচঁ বক্ত নামাজত প্রত্যেক মুছলমানে কমেও মুঠ ২৭ বাৰ  হজৰত মহম্মদ(দঃ) আৰু হজৰত ইব্রাহীম(আঃ)ৰ ওপৰত দৰুদ শ্বৰীফ পঢ়ে। আল্লাহ তা’লা ও তেওঁৰ ফিৰিষ্টা সকলে হজৰত  মহম্মদ(দঃ)ৰ দৰুদ আৰু চালাম জনায় আৰু সকলো মুমিনক দৰুদ আৰু চালাম জানাবলৈ আদেশ দিছে।

Almighty Allah says: “Surely Allah and His Angels send blessings on the Holy Prophet (Sallal Laahu Alaihi Wasallim). O you who believe! Send Blessings (Durood) and Salutations (Salaams) on the Prophet with worthy Salutation”.(Surah al-Ahzab: 56)

আমি যেতিয়া নামাজত আত্তাহীয়াতু এনেদৰে পঢ়ো-“Atthayyato Lillahe Wassalawato Wat Tayyebato. Assalamu Alaika Ayyohan Nabiyo Wa Rahmatullahi Wa Barakatoh. Assalamu Alaina Wa Ala ibadillahis Sualaiheen. Ashadu An La ilaah illal Laho Wa Ashadu Anna Mohammadan Abdohoo Wa Rasooluhoo.”প্রথম পুৰুষত চালাম জনাওঁতে-“Assalamu alaika” (“…unto you”) is a first person address.মানুহজন ওচৰত থকাতো বুজাই অর্থাৎ “Assalamu alaikum”ৰ দৰে হয়।

++++++++++++++++++++++

উক্ত বিষয়ত বহু কথাই আহি পৰে। যেনে ৰচুল কৰিম(দঃ) তেওঁৰ মৃত্যুৰ পিছতো নামাজিৰ ওচৰত আছিল নেকি।বহুতে ইয়াক খেলিমেলি কৰাৰ দৰে কোনো conflict নাই। এইবোৰ পিছত কেতিয়াবা আলোচনা কৰা হ’ব।

পৃথিবীৰ মানুহে হজৰত মহম্মদ(দঃ)ক যি স্থানেই নিদিয়ক লাগে মহান আল্লাহ তা’লাই কিন্তু প্রথম স্থান দিছে। DUROOD-E-IBRAHIMIক  দৰুদ শ্বৰীফৰ ৰজা বুলি কোৱা হয়, যাক নামাজত পঢ়া হয় য’ত হজৰত মহম্মদ(দঃ) আৰু হজৰত ইব্রাহীম(আঃ)ৰ ওপৰত দৰুদ শ্বৰীফ,চালাম জনোৱা হয়। গতিকে হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনী পাবলৈ হ’লে হজৰত ইব্রাহীম(আঃ)ৰ পৰা কিছু কথা জনাটো ভাল হ’ব।

ALLAHUMMA SALLI ALA MUHAMMADIW WA ALA AALI MUHAMMADIN KAMAA SALLAITA ALA IBRAHIMA WA ALA AALI IBRAHIMA INNAKA HAMIDUM MAJID. ALLAHUMMA BAARIK ALA MUHAMMADIW WA ALA AALI MUHAMMADIN KAMAA BAARAKTA ALA IBRAHIMA WA ALA AALI IBRAHIMA INNAKA HAMIDUM MAJID.

“O Allah, let Your Blessings come upon Muhammad and the family of Muhammad, as you have blessed Ibrahim and his family. Truly, You are Praiseworthy and Glorious. Allah, bless Muhammad and the family of Muhammad, as you have blessed Ibrahim and his family. Truly, You are Praiseworthy and Glorious”.

++++++++++++++++++++++++++++++

আমাৰ ফেচ বুকৰ বন্ধু-বান্ধবীয়ে আমাক ইছলামৰ ওপৰত লিখাত উৎসাহিত কৰে। ইয়াৰ মাজত ছাত্র-ছাত্রী, সন্বন্ধীয়া লোক, ডাক্তৰ, ইঞ্জিনীয়াৰ, ডক্তৰেট(Phd) আৰু মৌলনা থকাৰ উপৰিও বিদেশৰ বহু বন্ধু-বান্ধবী আছে। সকলোকে মই আন্তৰিক কৃতজ্ঞতা জনালো।

আমি বিজ্ঞানৰ ছাত্র আছিলো আৰু এজন চিভিল ইঞ্জিনীয়াৰ হিচাবে কর্মৰত। হাইস্কুলত থাকোতে বিজ্ঞানৰ এখন কর্মশালাৰ যোগেদি পৰমাণু(Atom)ৰ প্রতি বিষেশ  আকর্ষিত হৈছিলো। যেতিয়াই ইছলামক বিঞ্জানৰ চকুৰে চাবলৈ আৰম্ভ কৰিলো তেতিয়াই ইছলামৰ যেন সোণত সোঁৱগা চৰিল। বর্তমান internet আৰু ডাঃ জাকিৰ নায়কৰ ভাষণে বহু সহায় কৰিছে। আমি যুক্তিবাদী মানুহ; গতিকে তেনে ধৰণেৰেই বিশ্লেষণ কৰো। কেইবছৰ মান আগতে আমি এটা দীঘলিয়া প্রৱন্ধ আৰম্ভ কৰিছিলো তাত বিশ্বব্রহ্মাণ্ডৰ আদি(origin) কি তাক ইছলামৰ যোগেদি জানিবলৈ চেষ্টা কৰিছিলো। ই এতিয়াও অব্যাহত আছে। এইবোৰ কৰিবলৈ যাওঁতে আমি Big-Bang, Large Hadron Collider(LHC) (http://www.stfc.ac.uk/646.aspx ), Quantum mechanics  আদিৰ মাজত সোমাই পৰিছিলো। এইটো ঠিকযে LHCৰ উদ্দেশ্যই হৈছে বিশ্বব্রহ্মাণ্ডৰ আদি(origin) আবিস্কাৰ কৰা। Quantum mechanics বুজাত অতি কঠিন। ইয়াৰ application বোৰ অতি সহজ ; কিন্তু বুজাত অসুবিধা।

কোৱাণ্টাম-মেকানিক্সৰ সফল ব্যৱহাৰিক প্রয়োগৰ বহুত উদাহৰণ আছে। বর্তমান ব্যৱহৃত লেজাৰ ইলেকট্রণ মাইক্রস্ক’প ট্রেঞ্জিষ্টাৰ, বিভিন্ন ধৰণৰ অর্ধ-পৰিবাহী পদার্থৰে নির্মিত সা-সৰঞ্জাম, নিউক্লীয় শক্তিউতপাদক ৰিয়েক্টৰ আদি নির্মাণত কোৱাণ্টাম-মেকানিক্স ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি পৰমাণুৰ গঠন, ৰাসায়নিক বিক্রয়া, পোহৰকে আদি কৰি বিভিন্ন বিদ্যুত চুম্বকীয় তৰংগৰ উৎপত্তি, পদার্থৰ বৈদ্যুতিক আৰু তাপীয় পৰিবাহিতা আৰু অন্যান্য যান্ত্রিক ধর্মৰ সফল ব্যাখ্যাৰ বাবে কোৱাণ্টাম-মেকানিক্সৰ প্রয়োগ অপৰিহার্য্য । যান্ত্রিকভাৱে কোৱাণ্টাম-মেকানিক্সৰ নীতিবোৰ প্রয়োগ কৰাত বিশেষ অসুবিধা নাই আৰু ব্যৱহাৰিক বিজ্ঞানত তাকেই কৰা হয়।

কোৱাণ্টাম-মেকানিক্সৰ দার্শনিক দিশটোহে চিন্তাৰ কাৰণহৈ পৰে। কাৰণ সৃষ্টি তত্বৰ ব্যাখ্যাৰ সময়ত ইয়াৰ এই দার্শনিক তাতপর্য্যৰ প্রতিয়েই অধিক গুৰুত্ব দিবলগগীয়া হয়।

সৃষ্টিৰ আগমুহূর্তত ইয়াৰ অৱস্থা কি আছিল; কণিকাটো সৃষ্টিহৈ ক’ত অৱস্থান কৰিব; কণিকাটো কিয় সৃষ্টি হ’ল আদি প্রশ্নবোৰৰ উত্তৰ কোৱাণ্টাম তত্বত থাকিব নোৱাৰে।

আধুনিক কোৱাণ্টাম ক্ষেত্রতত্ব মতে আমি যাক শূণ্য[space] বুলি কওঁ ,প্রকৃততে ই শক্তিৰে পৰিপূর্ণ হৈ আছে।

+++++++++++++++++++++++

আমি অতি সুখি যে আমাৰ এগৰাকী জী-সম fb বান্ধবী আছে। তেখেতে অলপতে ৰসায়নত ডক্তৰেট(Phd) ডিগ্রী লাভ কৰিছ। জনামতে তেখেতৰ মূল element আছিলQuantum mechanics । আমি আশা কৰিম তেখেতে আমাক সহায় কৰিব। তেখতৰ দীর্ঘায়ো আৰু উন্নতিৰ দোৱা কৰিছো। আমিন। sogoodislam@gmail.com  24/08/2014

##end##