All posts by sogoodislam

About sogoodislam

The concept of Islam is only-La ila ha illal la hu Muhamadur Rasulullah.

ফজরের সালাতের জন্য জেগে উঠার কিছু কার্যকরী কৌশল: আমরা যারা নিয়মিত সালাত আদায় করার চেষ্টা করি, আমাদের সবগুলো সালাত ঠিক থাকলেও ‘ফজরের সালাত’ নিয়ে কিছুটা সমস্যায় পড়তে হয়। অনেকেই অনেক চেষ্টা করেও পারি না ভোরবেলা ঘুম থেকে উঠতে। কীভাবে করা যায় এ সমস্যার সমাধান? আমি শুধু দু’ একদিনের কথা বলছি না, বলছি প্রতিদিনকার কথা। আসুন […]

via ফজরের সালাতের জন্য ঘুম থেকে জেগে ওঠার কিছু কার্যকরী কৌশল : — এসো আল্লাহর পথে

জান্নাতে যাওয়ার সহজ ১৩ টি আমল

জান্নাতে যাওয়ার সহজ মাধ্যমগুলো জেনে নিনঃ ★★★ প্রত্যেক ওযুর পর কালেমা শাহাদত পাঠ করুণ(আশ্হাদু আল্লা-ইলাহা ইল্লাল্লাহু ওয়াহ্দাহু লা- শারীকা লাহূ ওয়া আশহাদু আন্না মুহাম্মাদান ‘আব্দুহূ ওয়া রাসূলুহূ) এতে জান্নাতের ৮টি দরজার যে কোন দরজা দিয়ে প্রবেশ করতে পারবেন। ☞ (সহিহ মুসলিম, হাদিস নং- ২৩৪) ★★★ প্রত্যেক ফরজ সলাত শেষে আয়াতুল কুরসি পাঠ করুণ এতে মৃত্যুর […]

via জান্নাতে যাওয়ার সহজ ১৩ টি আমল!! — এসো আল্লাহর পথে

হানাফী মাযহাবের সংক্ষিপ্ত ইতিহাস ও পরিচয়

Aminul islamas

#হানাফী মাযহাবের সংক্ষিপ্ত ইতিহাস ও পরিচয়
===============>>>><<<<===========
আমাদের সমাজে হানাফী মাযহাবের আলেমগণের মুখে ইমাম আবু হানিফার (রহঃ) নামে বহু রকম মনগড়া মিথ্যা, বানোয়াট কথাবার্তা শুনা যায় ৷ তাদের মিথ্যা ও মনগড়া বানোয়াট কথাবার্তার জবাব স্বরুপ সংক্ষেপে কিছু কথা তুলে ধরা হল:

#হাদীছ , তাফছীর, ফিকাহ্ কোন বিষয়েই ইমাম আবু হানীফা (রহঃ) কোন কিতাব লিখে যাননি। তিনি বিভিন্ন লোককে বিভিন্ন বিষয়ে কিছু পত্র লিখেছিলেন। তার মৃত্যুর পর, ঐ সকল পত্রসমুহ বিভিন্ন নামে প্রকাশিত হয়। যেমন, ফিক্বহুল আকবার, আল-আকিমু অল-মুতায়াল্লিমু, আর-রাদ্দু আলাল-কাদ্রিয়াহ্ প্রভৃতি —– (রাদ্দুল মুহতার, মুকাদ্দামা, নাক্লু, মাযহাবি আবু হানীফা ১ম খন্ড ৩৮-পৃ)।

#ইমাম আবু হানীফা (রহ) তার শিষ্যদিগকে মৌখিক শিক্ষাদান করতেন; তিনি তার কিছুই লিখে যাননাই।–(ইসলামী সংস্কৃতির ইতিহাস -১৯৬ পৃ: সামসুদ্দিন; ইসলামীক ফাউন্ডেশন ; বাংলাদেশ)।

#ইমাম আবু হানীফা (রহঃ) আলোচনা মৌখিক করতেন ; শিষ্য বা অন্য কাউকে দিয়ে তার কোন মত বা ফতুয়া লেখাতেননা। তিনি বলতেন “আমি একজন মানুষ ; আজ একটি মত প্রকাশ করছি; পরেরদিন বিবেচনা করে দেখছি আমার গতকালের মত ঠিক ছিলনা। তাই গতকালের মত পরিবর্তন করি ৷ তাই আমার মতামত কেউ লিখে রাখবেনা”।–(তাবিলু মুখতালিফিল হাদীস -৬২-৬৩ পৃ: মুহাম্মদ বিন। কুতায়বা)।

#ইমাম আবু হানীফা (রহঃ) এর কোন প্রানান্য লেখা বর্তমান নাই; হয়তো আদৌ ছিলনা।–(সংখিপ্ত ইসলামী বিশ্বকোষ -২৮ পৃ: ইসলামীক ফাউন্ডেশন ; প্রকাশকাল-১৯৮২-জুন)

ই.তবলীগ,afjal hissain

#প্রশ্নঃ- প্ৰচলিত ইলয়াছি তবলীগ জামাত আৰু ইলয়াছি তবলীগ তাবলীগ জামাতৰ বিশ্ব ইজতেমা বিদ‘আত কেনেকৈ হ’ল? ইলয়াছি তাবলীগ জামাতে তো ভাল কথাই কয়? #উত্তৰঃ- হয়¸ বিদ‘আত। প্ৰচলিত ইলয়াছি তাবলীগ জামাতৰ লোকসকলে তো ভাল কথাই কয়, দ্বীনৰ দাওৱাত দিয়ে, নামাযৰ দাওৱাত দিয়ে, তেনেহ’লে তেওঁলোকক বেয়া বুলি কিয় কৈছে? এই যুক্তি বহুতো সাধাৰণ মুছলিম ভায়ে উত্থাপন কৰি থাকে। এইসকল ভাইৰ প্ৰশ্নোত্তৰত সামান্য মন্তব্য দাঙি ধৰিলোঁ, হয়তো বহুতে বুজিব বেয়াটো ক’ত? ১- ইয়াতে কোনো সন্দেহ নাই যে, নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম সকলোতকৈ ডাঙৰ ও সত্য মুবাল্লিগ (তাবলীগকাৰী)। ইয়াৰ পিছত তেওঁৰ চাহাবাসকল¸ যিসকলে গোটেই বিশ্বত নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নিয়মত তাবলীগ কৰি গৈছে। কিন্তু বর্তমান যুগৰ তাবলীগ জামা‘আতে সেই নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু তেওঁৰ চাহাবাসকলৰ তাবলীগ বাদ দি কেইটামান দশকৰ পুর্বে ভাৰতৰ চাহাৰানপুৰৰ ইলিয়াছ চাহেবে তৈয়াৰ কৰা বৰং সপোনত পোৱা তাবলীগ গ্ৰহণ কৰিছে। নবী চাল্লাল্লাহ আলাইহি ৱাছাল্লাম আৰু তেওঁৰ চাহাবাসকলৰ তাবলীগ যথেষ্ট নহয় নেকি? সেইটো উত্তম তাবলীগ নহয় নেকি? নে এই যুগত সি অচল? ২- নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ তাবলীগৰ মূল কথা আছিল বৰং ইছলামৰ মূল কথাই হৈছে, ‘তাওহীদ’। কিন্তু বর্তমানৰ তাবলীগত তাওহীদৰ দাওৱাত নাই। ৩- নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ তাবলীগত যি বিষয়ৰ পৰা সকলোতকৈ বেছি সতর্ক কৰা হৈছে সেইটো হ’ল, ‘শির্ক’ৰ পৰা সতর্কতা। ইলিয়াছী তাবলীগত শ্বির্কৰ কথা কোৱা নহয়; অথচ দেশৰ চুকে-কোণে অহৰহ শ্বির্ক ও শ্বির্কৰ আড্ডা বিদ্যমান। ৪-নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ দাওৱাতৰ সকলোতকৈ ডাঙৰ অংশ আছিল, মুশ্বৰিকসকলক ইছলামৰ দাওৱাত দিয়া। কিন্তু বর্তমান তাবলীগ জামাতত তেওঁলোকক দাওৱাত দিয়া নহয়। অথচ তাবলীগ জামাতৰ জনক ইলিয়াছ ও যাকাৰিয়া চাহেবৰ দেশ এখন মুশ্বৰিক দেশ।
Continue …..

-৫- মহান আল্লাহে, পবিত্র কুৰআন যদি আমাৰ হেদায়েতৰ কাৰণে অৱতীর্ণ কৰিছে, তেনেহ’লে তাক বাদ দি ফাযায়েলে আমলৰ শিক্ষা দিয়া হয় কিয়? অনুৰূপ নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছ উত্তম বাণী নহয় নেকি? তেনেহ’লে এতিয়াও কিয় সাধাৰণ লোকক কোৱা হয় যে, এইবোৰ তোমালোকে নুবুজিবা? মানুহে যদি নুবুজে¸ তেনেহ’লে এইবোৰ কাৰ কাৰণে অৱতীৰ্ণ কৰা হৈছে? ৬- ইছলাম কেৱল ফযীলতৰ নাম নেকি? ইছলামৰ সকলোবোৰ বিধান বাদ দি কেৱল ফাযায়েল বর্ণনা কৰাটো কেনেকুৱা ইছলাম! ধৰক নামায এটা ইছলামৰ বিধান। এই সম্পর্কে মোটামুটি যিবোৰ আছে সেয়া হ’ল, নামায কি, নামাযৰ গুৰুত্ব, নামায এৰাৰ বিধান, নামাযৰ ৰুকন, ওৱাজিব আৰু মুস্তাহাব, নামাযৰ পদ্ধতি আৰু নামাযৰ লাভ বা ফযীলত। ইয়াতে সকলোবোৰ বাদ দি কেৱল ফযীলত কিয়? ৭- যি তাবলীগৰ ইমান প্রসংশা আৰু ফযীলত বর্ণনা কৰা হৈছে, কিন্তু কেতিয়াবা চিন্তা কৰিছেনে সেই তাবলীগি নেচাবত অযু কৰা আৰু নামায পঢ়াৰ নিয়ম-পদ্ধতিও লেখা নাই। অন্যান্য বিষয়সমূহৰ বর্ণনা তো দূৰৰ কথা। ৮- ইছলামৰ ৰুকন ৫টা আৰু ঈমানৰ ৬টা, যিটো হাদীছে জিব্ৰীলত বর্ণিত হৈছে¸ কিন্তু এনেকুৱা এটি মৌলিক বিষয়ৰ তাবলীগ বাদ দি ৬ উছূল আৱিষ্কাৰ কোন দলীলৰ ভিত্তিত কৰা হৈছে? ইকৰামে মুছলিম বা মুছলিমৰ সন্মানৰ নামত নীতি তৈয়াৰ কৰা হৈছে, কিন্তু সত্য হৈছে তাবলীগত তাবলীগিসকলকেই সন্মান কৰা হয়, অন্যসকলৰ ছায়াটোকও তেওঁলোকে দেখিবলৈ পছন্দ নকৰে। ৯- তাবলীগৰ কাৰণে কুৰআন ছুন্নাহ যথেষ্ট নহয় নেকি? শত শত মনেসজা কিচ্ছা কাহিনীৰ আশ্রয় লোৱা হয় কিয়? তাৰ ওপৰিও সেইবোৰ কিচ্ছাত আছে চুফীসকলৰ কাশ্বফ, কাৰামত, সপোন, ইল্কা, ইলহাম ও ফয়েযৰ কথা। ১০- শ্বৰীয়াতৰ কোনো মাছ‘আলাত আমীৰ চাহেবে পোনপটীয়াকৈ কুৰআন ছুন্নাহৰ পৰা সমাধান নিদি দেওবন্দলৈ পঠাই কিয়? এনেকুৱা তো নহয় যে, আপোনালোকে তাবলীগৰ নামত দেওবন্দৰ প্রচাৰ-প্রসাৰ কৰিছে!!! ১১- আপোনালোকে ফাযায়েলে আমল কিতাপখন একাধিক ভাষাত অনুবাদ কৰিছে¸ কিন্তু এতিয়াও আৰবী ভাষাত তাক অনুবাদ কৰা হোৱা নাই কিয়? আপোনালোকৰ মাজত আৰবী শিক্ষিত ব্যক্তিত্ব নাই, নে গুমৰ ফাঁচ হোৱাৰ ভয়ত এইটো নকৰে? ১২- মুঠ কথা নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু চাহাবাসকলৰ দাওৱাত-তাবলীগেই হৈছে ছহীহ, বিশুদ্ধ, পূর্ণ ও যথেষ্ট তাবলীগ। আনহাতে অন্যান্য তাবলীগৰ অসংখ্যই হৈছে, ভুল, অশুদ্ধ ও অপূর্ণাঙ্গ আৰু নতুন তাবলীগ। সেয়ে আমাৰ ওচৰত সেই মুহাম্মদী তাবলীগেই যথেষ্ট। [ফালিল্লাহিল হামদ]

-by afjal hn

Main link..

https://m.facebook.com/groups/179408725766336?view=permalink&id=369414666765740

অকাট্য ভাষ্য-ফিকাহৰ অন্ধ অনুসাৰীসকল

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

অকাট্য ভাষ্য-

||নাহমাদুহু ওৱা নুচল্লি আলা ৰাছূলিহিল কাৰীম||

আল্লাহৰ সৰ্বশেষ কিতাব আল কুৰআন আৰু সৰ্বশেষ ও সৰ্বশ্ৰেষ্ঠ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছ নিঃচৰ্তভাৱে মানি লোৱা প্ৰত্যেকজন মুছলিমৰ ওপৰত ফৰজ। কুৰআন আৰু হাদীছৰ বিভিন্ন ঠাইত ইয়াৰ যথেষ্ট প্ৰমাণ বিদ্যমান আছে। আল্লাহে কৈছে-

* أَطِيعُواْ ٱللَّهَ وَأَطِيعُواْ ٱلرَّسُولَ

#আল্লাহৰ_হুকুম_মানা_আৰু_ৰাছূলৰ_হুকুম_মানা। (ছূৰা আন-নিছা: ৫৯)

* وَإِنْ تُطِيعُوهُ تَهْتَدُوا

#আৰু যদি তোমালোকে তেওঁৰ (ৰাছূলৰ) অনুসৰণ কৰা¸ তেন্তে সঠিক পথ প্ৰাপ্ত হ’বা। (ছূৰা আন-নুৰ: ৫৪)

* وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الْكَافِرُونَ

#আৰু আল্লাহে দিয়া বিধান অনুসৰি যিসকলে ফায়ছালা নকৰে, তেওঁলোকেই কাফিৰ। (ছূৰা আল-মায়িদা: ৪৪)

* وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الظَّالِمُونَ

#আৰু আল্লাহে দিয়া বিধান অনুসৰি যিসকলে ফয়ছালা নকৰে, তেওঁলোকেই জালিম। (ছূৰা আল-মায়িদা: ৪৫)

* وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الْفَاسِقُون

#আৰু আল্লাহে দিয়া বিধান অনুসৰি যিসকলে ফয়ছালা নকৰে, তেওঁলোকেই ফাছিক। (ছূৰা আল-মায়িদা: ৪৭)

* اتَّبِعُوا مَا أُنْزِلَ إِلَيْكُمْ مِنْ رَبِّكُمْ وَلَا تَتَّبِعُوا مِنْ دُونِهِ أَوْلِيَاء

#তোমালোকৰ প্ৰতিপালকৰ ওচৰৰ পৰা তোমালোকৰ প্রতি যি নাজিল হৈছে তাৰেই অনুসৰণ কৰা আৰু তাক বাদ দি অন্য অলি/আউলিয়াৰ অনুসৰণ নকৰিবা। (ছূৰা আ’ৰাফ: ৩)

* فَلَا وَرَبِّكَ لَا يُؤْمِنُونَ حَتَّىٰ يُحَكِّمُوكَ فِيمَا شَجَرَ بَيْنَهُمْ ثُمَّ لَا يَجِدُوا فِي أَنْفُسِهِمْ حَرَجًا مِمَّا قَضَيْتَ وَيُسَلِّمُوا تَسْلِيمًا

#গতিকে তোমাৰ প্ৰতিপালকৰ কচম! তেওঁলোক মুমিন হ’ব নোৱাৰিবা যেতিয়ালৈকে তেওঁলোকৰ মাজত সৃষ্ট বিবাদৰ ক্ষেত্ৰত তোমাক বিচাৰক নির্ধাৰণ নকৰে, ইয়াৰ পিছত তোমাৰ সিদ্ধান্ত দ্বিধাহীনভাৱে মানি নোলোৱালৈকে তেওঁলোকে ঈমানৰ দাবীদাৰ হ’ব নোৱাৰিব। (ছূৰা আন-নিছা: ৬৫)

* إِنْ هُوَ إِلَّا وَحْيٌ يُوحَىٰ * وَمَا يَنْطِقُ عَنِ الْهَوَىٰ

#আল্লাহৰ অৱতীৰ্ণ অহিৰ বাহিৰে তেওঁ মনেগঢ়া একোৱেই নকয়। (ছূৰা আন-নাজম: ৩-৪)

#”আতিউল্লাহ ওৱা আতিউৰ ৰাছূল” এই কথাৰ পিছতেই আছে “ওৱা উলিল আমৰি মিনকুম’’ অৰ্থাৎ তোমালোকৰ নেতাসকলৰো (অনুসৰণ কৰা)। কিন্তু ইয়াৰ পিছতেই কোৱা হৈছে ‘ফা ইন তানাজা’তুম ফি শ্বায়ঈন ফাৰুদ্দুহু ইলাল্লাহি ওৱাৰ ৰাছূল’। অৰ্থাৎ আল্লাহ আৰু তেওঁৰ ৰাছূলৰ নিৰ্দেশৰ সৈতে তোমালোকৰ নেতাসকলৰ নিৰ্দেশৰ পাৰ্থক্য দেখা দিলে, নেতৃবৃন্দৰ কথা পৰিত্যাগ কৰি আল্লাহ আৰু তেওঁৰ ৰাছূলৰ কথাৰ ফালে প্ৰত্যাৱৰ্তন কৰা। এই কথা কোৱা হোৱা নাই যে, ওপৰোক্ত মত পাৰ্থক্যৰ ক্ষেত্ৰত আল্লাহ ও তেওঁৰ ৰাছূলৰ কথা পৰিত্যাগ কৰি নাইবা তাৰ বিকৃত অৰ্থ কৰি নাইবা তাৰ লগত মনেসজা কথা সংযোগ কৰি নেতা বা ইমামৰ কথাকেই সঠিক বুলি সাব্যস্ত ৰখা। আল্লাহ তা‘আলাই নিৰ্দেশ কৰিছে-

وَاعْتَصِمُوا بِحَبْلِ اللَّهِ جَمِيعًا وَلَا تَفَرَّقُوا*

#”আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক সুদৃঢ় হাতেৰে ধাৰণ কৰা; বিভিন্ন দলত বিভক্ত নহ’বা”। (ছূৰা আল-ইমৰান: ১০৩)।

আল্লাহ তা‘আলাৰ এই নিৰ্দেশ অমান্য কৰি যিসকলে বিভিন্ন দল, মাজহাবত বিভক্ত হোৱাৰ কাৰণে মুছলিমসকলৰ প্ৰতি আহ্বান জনায়, তেওঁলোক আল্লাহদ্ৰোহীৰ বাহিৰে আন কি হ’ব পাৰে? কুৰআন আৰু হাদীছৰ ক’ৰবাত এই নিৰ্দেশ আছে নেকি যে, মুছলিমসকল! তোমালোকে দলে দলে বিভক্ত হৈ যোৱা, এটা দলে আনটো দলক শত্ৰু বুলি ভাৱা, পৰস্পৰ কটা-কটি কৰি থাকা, অন্য দলৰ মুছলিমসকলক কাফিৰতকৈও ডাঙৰ শত্ৰু বুলি গণ্য কৰা? কোৱা হৈছে- চাৰি মাজহাব ফৰজ। চাৰি মাজহাবত বিভক্ত হৈ যোৱা। এইটো হৈছে সম্পূৰ্ণ আল্লাহদ্ৰোহী আহ্বান। আল্লাহ তা‘আলাই কৈছে,

* إِنَّمَا الْمُؤْمِنُونَ إِخْوَةٌ

#নিশ্চয়_মুছলিমসকল_পৰস্পৰ_ভাই_ভাই

কিন্তু এই অখণ্ড ভাতৃত্বৰ বন্ধনক ছিন্ন কৰি খণ্ড খণ্ড হৈ যোৱাকে ধৰ্মৰ অপৰিহাৰ্য অঙ্গ বুলি প্ৰচাৰ কৰা হৈছে। অথচ ‘চাৰি মাজহাবেই সঠিক’ এই শ্লোগানধাৰীসকলে অন্য মাজহাবৰ লোকসকলৰ সৈতে কাফিৰ মুশ্বৰিকতকৈও ডাঙৰ শত্ৰুৰ দৰে আচৰণ কৰে। দলীয় নেতাসকলৰ অনুসৰণত ইমানেই সীমাহীন গুৰুত্ব লাভ কৰিছে যে, দ্বীনৰ সকলো উৎস কুৰআন আৰু হাদীছৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি স্বীয় ইমামৰ নিৰ্দেশক অন্ধভাৱে গ্ৰহণ কৰা হৈছে, কুৰআন আৰু হাদীছৰ সৈতে মিলাই চোৱাৰ কোনো প্ৰয়োজনবোধ কৰা হোৱা নাই। আকৌ দাবী কৰা হয় যে, ইমাম আবু হানিফা (ৰহ.)য়ে যি কৈছে সেই সকলোবোৰ শুদ্ধ। তেওঁৰ সকলো কথাই যদি শুদ্ধ হয়, তেনেহ’লে তেওঁৰ দুই মহান শিষ্য ইমাম আবু ইউচুফ আৰু ইমাম মুহাম্মাদে তেওঁৰ শত শত মাছ‘আলাৰ বিৰোধিতা কৰিলে কিয়? “মাজহাবীসকলৰ গুপ্তধন” নামৰ কিতাপখনত গ্ৰন্থকাৰে ওপৰোক্ত বিৰোধপূৰ্ণ মাছআলাৰ মাত্ৰ কেইটিমান নমুনা হিচাবে সন্নিবিষ্ট কৰিছে যাৰ দ্বাৰা নিৰপেক্ষ পাঠকবৃন্দই এই পৰম সত্য সিদ্ধান্তত উপনীত হ’ব পাৰিব যে, একমাত্ৰ অহিপ্ৰাপ্ত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ বাহিৰে আন কোনো দ্বিতীয় মানুহ নাই যিজন অভ্ৰান্ত- অৰ্থাৎ যাৰ কোনো ভুল নাই। ইমাম আবু হানিফা (ৰহ.)ৰ প্ৰতি শ্ৰদ্ধা ও সন্মান প্ৰদৰ্শনপূৰ্বক এই কথা নিবেদন কৰিব বিচাৰোঁ যে, তেৱোঁ অভ্ৰান্ত বা নিৰ্ভুল নাছিল। এই কথাৰ প্ৰমাণ ফিকাহৰ গ্ৰন্থাৱলীত সিচঁৰিত হৈ আছে, যাৰ ভাষা কেৱল আৰবী হোৱা কাৰণে ইমামৰ কোটি কোটি অন্ধ অনুসাৰী সেইবোৰ অমৃত বচনৰ পৰা মাহৰূম হৈ আছে। “মাজহাবীসকলৰ গুপ্তধন”ৰ লেখকে বহু কষ্ট স্বীকাৰ কৰি সেইবোৰ সুধী পাঠকবৃন্দৰ বিবেকৰ দুৱাৰমুখত হাজিৰ কৰি দিছে। আমি হিন্দুসকলৰ ধৰ্মগ্ৰন্থৰ অশ্লীল উপাখ্যানৰ কথা শুনি ছিঃ ছিঃ কৰি থাকোঁ। এতিয়া ফিকাহ শাস্ত্ৰৰ উপাখ্যান পঢ়ি পাঠকে কি কৰিব নিজেই ঠিৰাং কৰক। অথচ কুৰআন আৰু হাদীছক বাদ দি অন্ধভাৱে এই ফিকাহৰেই অনুসৰণ কৰা হৈছে। এই বিষয়ে আল্লাহ তা‘লাৰ সাৱধানবাণী অতি স্পষ্ট-

اتَّخَذُوا أَحْبَارَهُمْ وَرُهْبَانَهُمْ أَرْبَابًا مِنْ دُونِ اللَّهِ*

#”সিহঁতে (ইহুদী আৰু খ্ৰীষ্টানসকলে) আল্লাহক পৰিত্যাগ কৰি সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলক প্ৰতিপালক হিচাবে গ্রহণ কৰিছে”। (ছূৰা আত-তাওবাহ: ৩১)

এই সম্পৰ্কে মুছনাদে আহমদ ও তিৰমিজীত হাদীছ আছে-

“আদী বিন হাতীম (ৰা.)য়ে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ খেদমতত আৰজ কৰে, তেওঁলোকে তো তেওঁলোকৰ পূজা কৰা নাই। তেতিয়া তেওঁ ক’লে- কিয় নহয়, তেওঁলোকে (আলিম দৰবেশসকলে) তেওঁলোকৰ ওপৰত হালালক হাৰাম কৰে আৰু হাৰামক হালাল কৰে, আৰু তেওঁলোকে (জনসাধাৰণে) তেওঁলোকৰ কথা মানি চলে। এইটোৱেই আছিল তেওঁলোকৰ ইবাদাত’’।

ফিকাহৰ অন্ধ অনুসাৰীসকলৰ ক্ষেত্ৰত এই হাদীছ আখৰে আখৰে প্ৰযোজ্য নহয় নে? হানাফি ফিকাহৰ জন্মদাতা ইমাম আবু হানিফা (ৰহ.)য়ে কৈছে- আমি যি আলোচনাত প্ৰবৃত্ত আছোঁ সেয়া একমাত্ৰ ৰায় ও কিয়াচ, গতিকে তাক মানিবলৈ আমি কাকো বাধ্য কৰিব নোৱাৰোঁ আৰু এই কথাও কোৱা নাই যে তাক মানাটো কোনো মানুহৰ প্ৰতি ওৱাজিব। (আল্লামা শিবলী নুমানীৰ দ্বাৰা লিখিত ছিৰাতুন নুমান ১৮৩ পৃষ্ঠা)

সেয়েহে প্ৰতিজন মুছলিম নৰ-নাৰীৰ প্ৰতি আমাৰ আকুল আবেদন! একমাত্ৰ আল্লাহকেই ভয় কৰক। কিয়ামতৰ দিনা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ শ্বাফায়াত লাভৰ ইচ্ছা থাকিলে ইমাম আৰু অলিসকলৰ তৰীকা পৰিহাৰ কৰি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ প্ৰদৰ্শিত কুৰআন ও হাদীছৰ তৰীকাত নিজকে প্ৰতিষ্ঠিত কৰক। সকলো ফিৰ্কা আৰু দলাদলিৰ চিলচিলা খতম কৰি দিয়ক। অন্ধভাৱে কাৰোঁ অনুসৰণ নকৰি জ্ঞান চকু মেলি একমাত্ৰ কিতাবদ্বয়ৰ অনুসৰণ কৰক। পাৰস্পৰিক শত্ৰুতা, ঘৃণা ও হিংসা বিদ্বেষৰ উৎস মূলত কুঠাৰাঘাত কৰি এক অখণ্ড ভাতৃত্বৰ বন্ধনত আবদ্ধ হওঁক। দুনিয়া ও আখিৰাতত পৰম সাৰ্থকতা লাভৰ এইটোৱেই হৈছে একমাত্ৰ পথ।

অধ্যাপক মুহাম্মাদ মোজাম্মিল হক।
অনুবাদ-
#JBR

Comment

বিপদ/আনন্দ লিপিবদ্ধ আছে তাৰপৰা শিক্ষা লোৱা

#তলৰ_আয়াত_দুটি_খুব_ধ্যান_দি_পঢ়ক #বুজিবলৈ_চেষ্টা_কৰক_আৰু_

#সেইমতে_আমল_কৰক-

 

٢٢:٥٧

مَا أَصَابَ مِنْ مُصِيبَةٍ فِي الْأَرْضِ وَلَا فِي أَنْفُسِكُمْ إِلَّا فِي كِتَابٍ مِنْ قَبْلِ أَنْ نَبْرَأَهَا ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ

 

৫৭:২২

পৃথিৱীত আৰু তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপদ-আপদ নাই যাক আমি সেয়া সংঘটিত হোৱাৰ আগতে এখন কিতাপত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ।

 

٢٣:٥٧

لِكَيْلَا تَأْسَوْا عَلَىٰ مَا فَاتَكُمْ وَلَا تَفْرَحُوا بِمَا آتَاكُمْ ۗ وَاللَّهُ لَا يُحِبُّ كُلَّ مُخْتَالٍ فَخُورٍ

 

৫৭:২৩

এইটো এইবাবে যে, যাতে তোমালোকে যি হেৰাইছা তাৰ প্ৰতি পৰিতাপ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা। কাৰণ আল্লাহে কোনো উদ্ধত আৰু অহংকাৰী ব্যক্তিক পছন্দ নকৰে।