ছালাতত(নামাজ) মাজ বা শেষ বৈঠকত তাশাহুদ

ছালাতত(নামাজ) মাজ বা শেষ বৈঠকত তাশাহুদ তথা ‘অত্তাহিয়াতু পঢ়া হয় | আমাৰ সমাজত প্রচলিত ‘আশহাদু’ কোৱাৰ সময়ত শাহাদাত আঙ্গুলী উঠোৱা ও ইল্লাল্লা-হ’ কোৱাৰ পিছত আঙ্গুলী নমোৱাৰ যি নিয়ম প্ৰচলিত আছে তাৰ কোন ভিত্তি নাই। মানে ইয়াৰ ছহী হাদিসটো নায়েই দুব্বল বা জাল হাদিসও বিছাৰি পাবলৈ নাই।
শুদ্ধ পদ্ধতি:-
সোঁ হাত আৰবি ৫৩ -ৰ দৰে মুষ্টিমাৰি থাকিব ও শাহাদাত আঙ্গুলীৰ দ্বাৰা ইশাৰা কৰিব অর্থাত প্ৰথমৰ পৰা চালাম ফিৰুৱালৈকে লৰাই থাকিব লাগিব ।
(মুসলিম, আবু দাউদ, নাসাই, ইবনে খুযায়মা, মিশকাত হা/৯০৬, ৯০৮।)-sgis-

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s