সপোনত পোৱা এটা তাবলিগ জামাত

1]-সপোনত পোৱা এটা তাবলিগ জামাত-

(Tablighi Jamaat ,Ilyasi , whose starting point is usually dated to 1927)

————————————————–
–ইলিয়াচি সপোনত পোৱা এটা তাবলিগ জামাত। এই দলৰ লোকসকলে সাধাৰণ মানুহবোৰক বিভিন্ন মনোমুগ্ধৰ কথাকৈ মায়াজালত আবদ্ধ কৰি নিজৰ দল ডাঙৰ কৰাৰ চেস্টা কৰে ।আৰু সাধাৰণ মানুহেও এওঁলোকৰ কথা শুনি লগতে ফায়দা ফযিলতৰ কথা শুনি আকৃষ্ট হয়। কিন্তু বেশিভাগ সাধাৰণ মানুহে এই তাবলিগ জামাতৰ কুফৰী আক্বীদা সম্পর্কে অবগত নহয়। সাধাৰণ লোকে এওঁলোকৰ আক্বীদা সম্পর্কে নাজানি কেৱল এওঁলোকৰ দাওয়াতী কামত যোগদি নবীওয়ালা কাম কৰিছে বুলি গর্ববোধ কৰে। কিন্তু প্রকৃতপক্ষে এই চিল্লাওয়ালা স্বপ্নপ্রাপ্ত তাবলিগ হৈছে হাদিসত বর্ণিত খাৰেজী ফির্কা।
–খাৰেজী ফির্কা সম্পর্কে হাদিসত কি বর্ণিত আছে—-ক্রমশঃ—sgis-

+++++

2]-সপোনত পোৱা এটা তাবলিগ জামাত-
————————————————–

-খাৰেজী ফির্কা সম্পর্কে হাদিসত কি বর্ণিত আছে—-

–সাহাবী আবু সাঈদ খুদৰি ও হযৰত আলি (ৰাদ্বিয়াল্লাহু আনহুম) কয়যে, হুজুৰ পাক ছল্লাল্লাহু আলাইহি ওয়া সাল্লামে কৈছিল, মোৰ বিদায়ৰ(মৃত্যু) পিছত পূর্ব দেশবোৰৰ মাজৰ পৰা কোনো এখন দেশৰ পৰা মোৰ উম্মতৰ ভিতৰৰ পৰা এটা দল বাহিৰ হব। এই দলৰ সদস্যসকল হব অশিক্ষিত আৰু মূর্খ। এওঁলোকৰ মাজলৈ কোনো শিক্ষিত লোক গলে তেৱো হৈযাব মূর্খৰ দৰে। তেওঁলোকৰ বক্তৃতা হব বহুগুণৰ ফযীলতৰ।তেওঁলোকৰ সকলো আমল হব খুব নিখুত ও সুন্দৰ । তেওঁলোকৰ নামাজৰ তুলনাত আপোনালোকৰ নামাজক তুচ্ছ জ্ঞান কৰিব, তেওঁলোকৰ ৰোজা দেখি আপোনালোকৰ ৰোজাক তুচ্ছ ও নগন্য বুলি ভাবিব। তেওঁলোকৰ আমল দেখি আপোনালোকৰ আমলক হেয় জ্ঞান কৰিব। তেওঁলোকে কোৰআন মজিদ পঢ়িব কিন্তু সেয়া তেওঁলোকৰ গলাৰ(কণ্ঠ) তললৈ নাযাব। তেওঁলোকে কোৰআনৰ ওপৰত আমল বা কোৰআন প্রতিষ্ঠাৰ কোনো চেষ্টাও নকৰিব। এওঁলোকৰ আমলে তোমালোকক যিমানে আকৃষ্ট নকৰক কিয়, কেতিয়াও এওঁলোকৰ দললৈ নাযাব। কাৰণ প্রকৃতপক্ষে এওঁলোক ইছলামৰ পৰা খাৰীজ, দ্বীনৰ পৰা বহির্ভূত । কাড়ঁ যিদৰে ধনুৰ পৰা বাহিৰহৈ যায়, সি আৰু কেতিয়াও ধনুৰ ওচৰলৈ ঘূৰি নাহে; ঠিক তেনেকৈ এওঁলোকো দ্বীনৰ পৰা আতঁৰি যাব, আৰু কেতিয়াও দ্বীনৰ পথলৈ আৰু কোৰআন ,সুন্নাহৰ পথলৈ ঘূৰি নাহে।””

দলীল- √ ফতহুল বাৰী ১২ তম খন্ড ৩৫০ পৃষ্ঠা । √ মিৰকাত শৰীফ ৭ম খন্ড ১০৭ পৃষ্ঠা ।
(সহীহ-দেওবন্দীৰ অন্যতম শায়খুল হাদিস মৃত আজিজুল হক।)

–চাওঁক-মূৰ মুণ্ডণ

–এইবোৰ হল খাৰেজীৰ লক্ষণ।

–এতিয়া এই লক্ষণসমূহ -সপোনত পোৱা তাবলিগ জামাতৰ মাজত আছে নে নাই, তাকে চাম।–ইন শ্বা আল্লাহ।
-ক্রমশঃ-sgis-

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s