কিমান পাৱাৰফুল-sgis.

aa

1)-“কিমান পাৱাৰফুল”-
………………………………..
হবিব সাহেব :-
–এজন চৰকাৰি চাকৰিয়াল। ১৮ লাখ টকা পেনছন পাইছে। সম্পূর্ণ টকাখিনি ব্যাংকত জমা ৰাখিলে যাতে ভবিষ্যতে ৰোগ-ব্যাধি হলে চিকিৎসা কৰাব পাৰে।কিন্তু মাহৰ শেষত ১৮ হাজাৰ ব্যাংকৰ পৰা উঠাই লবলৈ কেতিয়াও নাপাহৰে!
–মাত্র চাৰি বছৰৰ পিছতেই তেওঁ ক্যান্সাৰ ৰোগত আক্রান্ত হ’ল।
****************************************
2)-“কিমান পাৱাৰফুল”-
—————————-
আফসানা:-
নিজৰ ভৰিৰ ওপৰত খাড়া নোহোৱালৈকে বিয়াত নবহে। স্বামীৰ টকাৰে তেওঁ নচলে।চল্লিছ বছৰহৈ গল ছোৱালীজনীৰ আজিও বিয়া নহল।
***************************************
3)-“কিমান পাৱাৰফুল”-
………………………
ৰুমি :-
খুব পঢ়াশুনা কৰে ৰুমিএ।তাই কয়-পঢ়ালেখা নকৰিলে ভাল চাকৰি নাপায়। বিয়াৰ পাছত যদি স্বামী ঢুকাই থাকে তেতিয়া তাইৰ কি হব! ভবিষ্যতৰ কথাতো একো কব নোৱৰি।
হায়!! কি ভাগ্য; বিয়াৰ ৫ বছৰৰ পিছতেই স্বামীৰ মৃত্যু হল।
**************************************
4)-“কিমান পাৱাৰফুল”-
………………………
–হবিব সাহেবে টকা জমা ৰাখিছিল, কাৰণ ৰোগ হব বুলি। চাওঁক তেওঁ নিজেই নিজৰ ৰোগক কিনেকৈ মাতি আনিছিল!
–আফসানাৰ দৰাই ভাগ্যত নহল, স্বামীৰ টকাৰেটো চলা বহুত দূৰৈৰ কথা।

–ৰুমিএ চাকৰি কৰে,কাৰণ তাইৰ স্বামীৰ মৃত্যু হব বুলি। তাই কাম কৰাৰ আগেই নিজেই কিভাবে নিজৰ গতিক ঠিক কৰি দিছে!
সুবহানআল্লাহ! আচৰিত হৈছে!
*************************************
5)-“কিমান পাৱাৰফুল”-
………………………
“——মানুহে নিজৰ নিয়ত অনুযায়ী প্রতিফল পাব।———–“।
(সহীহ বুখাৰী (তাওহীদ)/১)-http://sunnah.com/bukhari/1/1
————————————————————————
–সুবহানআল্লাহ!এই কাৰণেইযে উল্লিখিত লোকসকলৰ কামটো কিন্তু তেওঁলোকৰ নিয়ত অনুযায়ী আগবাঢ়ি গৈছিল।
তেওঁলোকে যিধৰণেৰেই যি বিছাৰিছিল সকলোৱে তাকেই পাইছিল!
–নিয়ত কিমান পাৱাৰফুল এবাৰ ভাবি চাওঁক। উল্লিখিত লোকসকল কিন্তু আমাৰ আশেপাশেই আছে।
**************************************
6)-“কিমান পাৱাৰফুল”-
………………………
–হাজেৰাই ইব্রাহীমক(আঃ)কৈছিল, মানুহ নাই ঘৰ নাই পানী নাই গছ নাই এনেকুৱা ঠাইত আপোনাৰ স্ত্রী পুত্রক অকলে এৰি কলৈ গুছি যায়! আল্লাহে কি আপোনাক এনে কৰিবলৈ কৈছে?
ঠিক আছে আপুনি যাওঁক। আল্লাহে আমাক ধ্বংস নকৰে!
চাওঁক কি তাওয়াক্কুল।
–এই হজত হাজীসকলে সাফা-মাৰওয়া পাহাৰত দৌঢ়িলে জমজম কূৱাৰ পানী খালে, কেৱল তেওঁৰ(হাজেৰা) এই তাওয়াক্কুলৰ কাৰণে! ছুবহানাল্লাহ!
–মূসাই ( আঃ) নিজ শহৰ ত্যাগ কৰিছিল। ভবা নাছিল কত থাকিব কি খাব। বৰং কৈ গৈছিল নিশ্চয় আল্লাহে পথ দেখুৱাব। আল্লাহ সুবহানু ওয়া তা’লাই তেওঁক থকাৰ ব্যবস্থা কৰিতো দিলেই লগতে জীবনসঙ্গীসহ ১০ বছৰ থকাৰ ব্যবস্থা কৰি দিলে।
**************************************
7)-“কিমান পাৱাৰফুল”-END-
———————————-
–জানেনে হবিব সাহেবে কি কৈছিল অপাৰেশনৰ পাছত? টকাখিনি ব্যাংকত ৰাখিছিলো বাবেই আজি অপাৰেশনৰ টকাখিনিয়ে কামত দিলে, যোগাৰ নোহোৱা হলে বিছানাতেই মৰিব লগা হল হেঁতেন।
তেওঁ নিজৰ স্টেটমেন্ট হয়তো পাহৰি গৈছে। তেওঁ ব্যাংকত টকা ৰাখিছিল এই বুলিযে এসময়ত তেওঁৰ ৰোগ হব।
–আজি আপুনি মই আমি সকলোৱে আল্লাহক ভয় কৰা বাদদি ভয় কৰো ৰোগক, ভয় কৰো টকা নথাকাক।
–আমাৰ বহুতে কিমান তললৈ গৈছে এবাৰ ভাবি চোৱা উচিত। অজান্তেই(কব নোৱাৰাকৈ) শির্কৰ লগত জঢ়িতহৈ গৈছে আৰু তেওঁলোকে মাজাৰলৈ যোৱা দেখি কয় ‘আৰে তেওঁতো মৰি গৈছে তেওঁ কেনেকৈ তোমাক দিব’। তেওঁলোকৰবোৰ দেখা যায় তেওঁলোকক বুজাব পাৰি ; কিন্তু আপনাৰটো? আপোনাৰটোতো দেখা নেযায় গতিকে কোনে আপোনাক বুজাব?

–আপুনি ছাত্র হলে পঢ়িলেখাবোৰ আল্লাহৰ বাবে কৰক। চাকৰিটো আল্লাহৰ বাবে কৰক। তেওঁৰ নিয়মৰ ভিতৰত থাকি কৰক। তাওয়াক্কুল ৰাখক। ভাল ভাল নিয়ত কৰক। আপুনি সকলোতকৈ বেছি সুখী হ’ব। কোনেওঁ আপোনাক বাধা দিব নোৱাৰে, in sha Allah. –sgis-।।END।।
-copiled,edit,tran.-sgis-fm.mschaudhari.by.jalam-

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s