[4]-OPERATION FARAZI-[by-sgis]

[4]-OPERATION FARAZI-[by-sgis]-
++++++++++++++++++++++++++
Sub:- Rafee-yadin.
বাংলাৰ ধূৰন্ধৰ মিছলীয়া মুফতি লুতফুৰ ফৰায়েজীয়ে কৈছেযে ৰাসুলে(সাঃ) অভ্যাগত ভাবেই ৰফউল ইয়াদায়েন বাদ দিছিল, আৰু তেওঁ(সাঃ)সাহাবিসকলক কৈছিল “তোমালোকে বনৰীয়া ঘোঁৰাৰ(headstrong horses) নেজৰ দৰে ৰফউল ইয়াদায়েন কিয় কৰিছা , সালাতত এনেধৰণৰ আৰু নকৰিবা।

–ফাৰাযিয়ে কিন্তু ছহী-মুছলীমৰ-৮৫২ হাদিছেৰে মানুহক ৰাসুলে(সাঃ)অভ্যাগত ভাবেই ৰফউল ইয়াদায়েন বাদ দিছিল,তাক প্রতিপন্ন কৰিছে।[হাদিছটো চাওঁক-
http://hadithbd.com/show.php?BookID=2&HadithNo=852
http://sunnah.com/muslim/4/130 ]

–এইটো দেখা/শুনাৰ পিছত সাধাৰণ মানুহটো বাদেই আমাৰ ছহী হাদিছৰ জ্ঞান নথকা দেওবন্দীৰ আলিমৰো উল্লাখিতহৈ ফাৰাযৰ শৰণাপন্ন হব।
+++++++++++++++++++++++++++++++++++
+++++++++++++++++++++++++++++++++++
OPERATION:- OPERATION:- OPERATION:-

–লুতফুৰ ফাৰাযিৰ এইটো প্রকাশ্য মিছা অপবাদ দিয়া হল ৰাসুল(সাঃ)ৰ প্রতি; কাৰণ তেওঁ(সাঃ)কেতিয়াও ৰুকুৰ সময়ত ৰফউল ইয়াদায়েনক ঘোঁৰাৰ নেজৰ দৰে উঠা-নমা কৰাৰ কথা কোৱা নাই আৰু সাহাবিসকলেও কোনোৱেই এইকথা কোৱা নাই আৰু এনে কৰাও নাছিল।

তেনেহলে ৰাসুল(সাঃ)ৰ ওপৰত অপবাদ আৰু হাদিসকলৈ কৰা জালিয়াতিৰ বাবে লুতফুৰক কি ধূৰন্ধৰ মিছলীয়া মুফতি কোৱা নেযাবনে?
ধূৰন্ধৰটোৱে সহীহ মুসলিম (ইফাঃ)ৰ ৮৫৩,৮৫৪,৮৫৫এই হাদিসকেইটা গোপন কৰি লেকছৰ মাৰিছে।৮৫৩ নংত ৮৫২নংৰ হাদিসটোক(সালাম ফিরাতাম, হাত দিয়ে ইশারা করে বলতাম, ‘আসসালামু আলাইকুম’) স্পস্ট কৰা হৈছে। তলত মন কৰক আৰু লিংক চাওঁক।

–“বইঃ সহীহ মুসলিম (ইফাঃ), অধ্যায়ঃ ৪/ কিতাবুস স্বলাত, হাদিস নম্বরঃ ৮৫৩
জাবির ইবনু সামুরা (রাঃ) থেকে বর্ণিত। তিনি বলেন, আমি রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এর সাথে সালাত (নামায/নামাজ) পড়েছি। আমরা যখন সালাম ফিরাতাম, হাত দিয়ে ইশারা করে বলতাম, ‘আসসালামু আলাইকুম’। রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাদের দৃষ্টি আকর্ষন করে বললেনঃ কি ব্যাপার তোমরা হাত দিয়ে ইশারা করছ- মনে হচ্ছে যেন দুষ্ট ঘোড়ার লেজ। তোমাদের কেউ যখন সালাম করে সে যেন তার সাথের লোকের দিকে ফিরে সালাম করে এবং হাত দিয়ে ইশারা না করে”।
লিংকঃ-
http://hadithbd.com/show.php…
+++++++++++++++++++++++++++++++++++++++++++++

–লুতফুৰ ফাৰাযিয়ে কেনেকৈ মানুহক গুমৰাহ বনাইছে নিজেই চাওঁক।।
https://youtu.be/PJFtHFhwD7w
examined and compiled by-sgis-

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s