ফাজায়েল কিতাপত,হাদিসটি নিতান্তই দুর্বল আৰু কোৰআনৰ বিপৰিত।।

z1

-তাবলিগ জামাতৰ ফাজায়েল কিতাপত এই হাদিসটিৰ উল্লেখ আছে।। হাদিসটি নিতান্তই দুর্বল আৰু কোৰআনৰ বিপৰিত।।

-আল্লাহে কৈছে,”এইবোৰৰ গোশ ও তেজ আল্লাহৰ ওচৰলৈ পৌঁছি নাজায়, কিন্তু পৌঁছে তেওঁৰ ওচৰলৈ তোমালোকৰ মনৰ তাকওয়া।(কোৰআন,২২-৩৭)”

-অথচ হাদিসটিত কোৱাহৈছে ইয়াৰ সববোৰেই আল্লাহৰ ওচৰত পৌছে।।

আল্লাহে আমাক এনে কুফুৰি শিক্ষাৰ পৰা হেফাজত কৰক।।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s