-কবৰত ৰখাৰ পিছত আপোনাক ৩টা নহয়, ৪টা প্রশ্ন কৰা হব-

muslim-grave-diggers-pakistan

-কবৰত ৰখাৰ পিছত আপোনাক ৩টা নহয়, ৪টা প্রশ্ন কৰা হব-[tran,sgis].
————————————————————————————–
-আপুনি শেষৰ উত্তৰটো কেনেকৈ দিব? কাৰণ আপুনিটো কোনোদিনেই কোৰআন মজিদ বুজি পঢ়া নাই । আপুনি দিনৰাত হেদায়া, কুদুৰী, মোখসুদুল মোমিন, নেয়ামুল কোৰআন, মুন্তাখাব হাদীছ, পাঙ্গেগানা ওযীফা পঢ়ি থাকে, উত্তৰটো কেনেকৈ দিব।

-কবৰলৈ যোৱাৰ আগত বাৰংবাৰ ভাবক, আপুনি দিনৰাত কিবোৰ পঢ়িছিল আৰু কবৰলৈগৈ কি উত্তৰ দিব ?

-কবৰত ৰখাৰ পিছত আপোনাক প্রথমে যিটো প্রশ্ন কৰা হব সেইটো হল –
مَنْ رَبُّكَ؟
১]-তোমাৰ ৰব কোন ?

তাৰপিছত যি প্রশ্ন কৰা হব –
مَا دِينُكَ؟
২]-আৰু তোমাৰ দ্বীন কি ?

ইয়াৰ পিছত প্রশ্ন কৰা হব –
مَا هَذَا الرَّجُلُ الَّذِي بُعِثَ فِيكُمْ؟
৩]-যি মানুহজন তোমালোকৰ মাজত প্রেৰিত হৈছিল, তেওঁ কোন ?

শেষ প্রশ্নটি কৰা হব –
وَمَا يُدْرِيكَ؟
৪]-তুমি কেনেকৈ জানিব পাৰিলা ?
উত্তৰ হব – قَرَأْتُ كِتَابَ اللَّهِ
মই আল্লাহৰ কিতাব পঢ়িছো।
(আবু দাঊদ ৪৭৫৩, হাদীছটি ছহীহ।)
http://sunnah.com/abudawud/42/158
http://beta.ihadis.com/books/abi-dawud/hadis/4753

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s