ছহী দলিলৰ সৈতে কোৰবাণীৰ মছলা[video timer mentioned]sgis

ছহী দলিলৰ সৈতে কোৰবাণীৰ মছলাsgis:-
=============================================

@কেৱল উট আৰু গৰুতহে আনে অংশিদাৰ হব পাৰে।

@বয়সঃ- উট=৫+, গৰু=২+, ছাগলী=১+ কোৰবানীৰ জন্তুৰ বয়স হোৱা উচিত।

@কাণ কটা, শিং ভঙ্গা, কণা চকু জন্তুৰ কোৰবানীহৈ যাব; কিন্তু মকৰুহ হব।

@কোৰবানীৰ জন্তু হেৰাই গলে নতুনকৈ কিনি আনি কোৰবানী দিয়াটো জৰুৰী নহয়। পাৰিলেটো ভালেই।।হেৰাই যোৱাটো বিছাৰি পালে,কোৰবানী দিবও পাৰে নিদিবও পাৰে।

@একেটা জন্তুতে কোৰবানী আৰু আকীকা দিব নোৱাৰি। ই বে’দাত।।

@ঈদৰ দিন ধৰি চাৰি/তিনি দিনলৈ কোৰবানী কৰিব পাৰে।[1:35:21]ঈদৰ দিনা কোৰবানী কৰা সুন্নত; ie-best day.

@ৰাতিও কোৰবানী কৰিব পাৰে। কৰিব নোৱাৰাৰ দলিল য’ঈফ। [1:44:17]।দিনত কৰাটো সুন্নত।

@নিজৰ কোৰবানী নিজে জবেহ কৰাটো সুন্নত। আনৰ হতুৱাইও কৰাব পাৰে[2;03;46]।মহিলাইও জবেহ কৰিব পাৰে।

@জবেহ কৰোতে “বিছমিল্লাহ ৱাল্লহু আকবৰ” কবই লাগিব। মুছলমানে জবেহ কৰাৰ সময়ত(নিয়ত ঠিকেই আছে) কিবা কাৰণত কবলৈ পাহৰি গলেও হালাল হৈযাব।লগতে কাৰ তৰফৰ পৰা কোৰবানী কৰা হৈছে তেওঁলোকৰ নাম কোৱাতো সুন্নন।[২;০৭;২৩]।

@যদি মাইকী কোৰবানী জন্তুৰ পেতত পোৱালি ওলায়, তেন্তে সেই পোৱালি হালাল। ইচ্ছা কৰিলে খাব পাৰে[ছহী দলিল আছে-২; ১১; ৩৯]।

@ছামৰা ছদকা কৰিব বা নিজে ব্যৱহাৰ কৰিব পাৰে। কটা-বছা কৰা সকলক ভাগ দিব নোৱাৰে[ 2; 23; 33]।

@ধাৰ(loan) মৰাত সক্ষম থাকিলে ধাৰলৈ কোৰবানী কৰিব পাৰে[45 ; 19]

@কোৰবানী এটা জন্তুত গোটেই পৰিয়ালৰ বাবে।[47;03]।ইচ্ছা কৰিলে বেছিও কৰিব পাৰে[৫০;৫৮]।
 
@মাংস তিনিভাগ কৰাৰ কোনো দলিল নাই যদিও এনে পদ্ধতি বেয়া নহয়। দুটা ভাগ কৰি, এটা নিজৰ বাবে আৰু আনটো দুখিয়াক ছদকা আৰু অঙহী-বঙহী, ওচৰ চুবুৰিয়াক দিয়াটো উত্তম।[২;১৭;০৭]।

@মুছাফিৰে কোৰবানী কৰিব পাৰে[০;৫২;৩২]।

@Q:- friend-firoz sultan এ প্রশ্ন কৰিছে-“কোৰবানী অকল জীৱিত ব্যক্তিৰ বাবেই হয়নে ? মোৰ আব্বা নাই । অমুকৰ পুতেক অমুক বুলি কোৱাৰ লগতে দাদাজীৰ নাম ক’ব লাগিব নেকি ?”—Ans:- নোৱাৰে।। এই প্রশ্নটোৰ উত্তৰত এখতিলাফ আছে যদিও, যি ছহী হাদিছত থকা ৰছুলে(দঃ) নিজৰ আৰু উম্মতৰ তৰফৰ পৰা কোৰবানী কৰিছিল বুলি দেখুৱাই তাক পেছ কৰে সেয়া বিশ্লেষণত গ্রহন যোগ্য নহয়। আৰু আপোনাৰ-মোৰ কত উম্মত আছে।[details-video-0;54;17]। ইয়াৰ উপৰিও দিঘলীয়া article আছে।তাতো নোৱাৰে বুলি কৈছে। লৰা-ছোৱালীৰ যিকোনো ভাল কামৰ ভাগ মৃত সকলে পায়।

–[ এই ভিডিঅটো চাই আছো। প্রায় ২ঃ৩০ ঘঃ। উটত ৭/১০ আৰু গৰুত ৭জনে ভাগ লব পাৰে। ।।। https://youtu.be/ciG8qZ_LUFE]

Advertisements

One thought on “ছহী দলিলৰ সৈতে কোৰবাণীৰ মছলা[video timer mentioned]sgis

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s