অজু কৰি থকা ব্যক্তিৰ ওপৰত চাৰিজন ফিৰিস্তাই এখন ৰুমাল ধৰি থাকে-fake

‪#‎ইলিয়াচী_তবলীগ_জামাতত_বহুল_প্রচলিত_এটি_জাল_হাদিছ‬

অজু কৰি থকা ব্যক্তিৰ ওপৰত চাৰিজন ফিৰিস্তাই এখন ৰুমাল ধৰি থাকে। অজু কৰি থকা ব্যক্তিয়ে এটা কথা ক’লে এজন ফিৰিস্তাই ৰুমাল এৰি দিয়ে¸ আৰু এটা কথা ক’লে আন এজন ফিৰিস্তাই ৰুমাল এৰি দিয়ে। পুনৰ কথা ক’লে তৃতীজন ফিৰিস্তাই ৰুমাল এৰি দিয়ে। অৱশেষত চাৰিওজন ফিৰিস্তাই ৰুমাল লৈ গুচি যায়। বিভিন্নধৰণে সমাজত প্রচলিত হৈ আছে এই কাহিনী।

তবলীগ জামাতত যেতিয়া মই জড়িত আছিলোঁ‚ ময়ো এই জাল হাদীছ প্রচাৰ কৰিছিলোঁ। সত্য জনাৰ পিছত এইবোৰ পৰিত্যাগ কৰিছোঁ। আলহামদুলিল্লাহ। এই হাদীছৰ কোনো ভিত্তি নাই। কিয়ামত পর্যন্ত বিচাৰিলেও ইয়াৰ কোনো ভিত্তি নাপাব। এনেকুৱা অসংখ্য জাল-জঈফ হাদীছ আৰু কিচ্ছা-কাহিনী প্ৰচলিত তবলীগ জামাতে প্ৰচাৰ কৰি আছে।

গতিকে এই হাদীছ প্রচাৰ কৰাৰ পৰা সাৱধান হওঁক। নহ’লে নাবী চাল্লাল্লহু আলাইহি ৱাছাল্লামৰ নামত মিছা প্ৰচাৰৰ সৈতে চামিল হ’ব লাগিব। যাৰ পৰিণাম জাহান্নাম।

Collected & Edited.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s