‘বালাগাল ‘উলা বি কামালিহী’ যদি পঢ়ে; তেন্তে গুণাহগাৰ হ’ব

‘বালাগাল ‘উলা বি কামালিহী’ এ সুৰিয়া দৰূদটো যদি পঢ়ে; তেন্তে গুণাহগাৰ হ’ব। -কাৰণঃ-
————————————————————-
১]-ই কোনো দৰূদ নয়, বৰং কবিতা।

(শেখ সা‘দী (৫৮৫ অথবা ৬০৬-৬৯১ হিঃ) স্বীয় গুলিস্তাঁ গ্রন্থে আৰবীত লিখা তেওঁৰ অলপ সংখ্যক কবিতা সমূহৰ মাজৰ ৰাসূল (সাঃ)-ৰ প্রশংসাত লিখিত কবিতাৰ এটা অংশ মাত্র।)

২]- ই শির্ক মিশ্রিত।

(ইয়াত কোৱা হৈছে, ‘উচ্চতা তেওঁ পূর্ণতাত পাই গৈছে’। অথচ এইটো কেৱল আল্লাহৰ বাবেই প্রজোয্য মানে খাছ।)

৩]-ইয়াত ৰাসূল (সাঃ)-ক নূৰেৰে তৈয়াৰি বুলি কল্পনা কৰা হৈছে।

(যাৰ দেহৰ আলোকচ্ছটাত অন্ধকাৰ বিদূৰিত হৈছে। এইটো কোৰআন বিৰোধী আক্বীদা (কাহফ ১৮/১১০)।)

–গতিকে এইটো পাঠ কৰাৰ পৰা বিৰত থকা আবশ্যক। উল্লেখ্য যে, স্বয়ং কবিও এটিকে দৰূদ বুলি কোৱাঁ নাই। বৰং শেষত কৈছে, صَلُّوا عَلَيْهِ وَآلِهِ ‘তোমালোকে তেওঁ(সঃ) ও তেওঁৰ পৰিবাৰৰ প্রতি দৰূদ পাঠ কৰা’।

##

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s