Ringing bell on door

w

Now a days it is v.common in the houses on their main doors hanging wind chime….Pl. discard this type of ringing bell..
Dolil:-
by-Abu Atika:-

এদিন হজৰত আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ এজনী ছোৱালীয়ে নুপুৰ পিন্ধি অহাত, আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই ক’লে, “খবৰদাৰ, সেইটো কাটি নেপেলোৱা পর্যন্ত মোৰ ঘৰত প্রৱেশ নকৰিবা”। তাৰ পিছত তেওঁ ক’লে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, “যি ঘৰত টিলিঙা থাকে সেই ঘৰত ৰহমতৰ ফিৰিস্তা প্রৱেশ নকৰে”।
★চুনানে আবু দাউদ হাদীছ.৪২৩১।
★চুনানে নাছাঈ হাদীছ.৫২৩৭।

ছহীহ মুছলিমত বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, “টিলিঙা, বাজনা, নুপুৰ হ’ল শ্বয়তানৰ বাদ্যযন্ত্র”।
★ছহীহ মুছলিম হাদীছ : ২১১৪।
http://sunnah.com/abudawud/36/18
http://sunnah.com/muslim/37/159

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s