কোৰআনত থকাৰ পিছটো যবুৰ, তৌৰিত আৰু ই’ঞ্জীলক কিয় মনা নহয়?

aziz

–এই পষ্টত ভাগ লোৱাসকলৈ যাজাক-আল্লাহু-খাইৰ থাকিল। ইয়াত প্রত্যেজন বন্ধুৱেই সঠিক তথ্য দাঙি ধৰিছে।

–সমস্যা হৈছে দলিল(reference) উল্লেখ নকৰাৰ বাবে আজিজ চাহাবে বাৰে বাৰে এটাই কথাকৈ আছেযে- কোৰাণ মজিদৰ চুৰা আল বাকাৰা আয়াত ২,৩,৪ কোৱাৰ দৰে মহান আল্লাহ তা’লাই পূৰ্বতে অৱতৰণ কৰা( যবুৰ, তৌৰিত আৰু ইণ্জীল #১) আছমানি স্কিপছাৰ কেইখনকো বিশ্বাস কৰিবলৈ কৈছে।[আজিজ চাহাবৰ মনত এনে ভাৱ অহা স্বাভাবিকযে, যিখন বিশুদ্ধ কোৰাণ মজিদত স্কিপছাৰ কেইখনকো বিশ্বাস কৰিবলৈ কৈছে তাত আকৌ ভেজাল সোমাল ক’ৰ পৰা) মন কৰিব ইয়াত বিশ্বাসহে কৰিবলৈ কৈছে; মানিবলৈ(follow) কোৱা হোৱা নাই।

–যবুৰ, তৌৰিত আৰু ই’ঞ্জীল এই তিনিখনযে আল্লাহৰ বাক্য সেই কথাটো কোনেও অবিশ্বাস নকৰে। কিন্তু সেই আল্লাহৰ বাক্যবোৰ আগৰ অৱস্থা নাই। তাক মানুহে নিজ স্বার্থত সাল-সলনি কৰি পেলালে। যিহেতু এইবোৰ আল্লাহৰ দ্বাৰা প্রটেক্তছন দিয়া হোৱা নাছিল; যিদৰে কোৰাণ মজিদক দি আছে। এই কথাখিনৰ কাৰণেই আল্লাহ তা’লাই কোৰাণ মজিদৰ বিশুদ্ধতা প্রমাণৰ বাবে ক্লিয়েৰিফিকেচন দিছে এনে দৰেঃ-

–“আমি কোনো আয়াত ৰহিত কৰিলে অথবা বিস্মৃত(cancel) কৰি দিলে তাতোতকৈ উত্তম অথবা তাৰ সমপর্যায়ৰ আয়াত আনয়ন কৰো। (হে নবী) তুমি কি নাজানা যে, আল্লাহে সকলোৰে ওপৰত শক্তিমান?”(কোৰআন-2:106)।
(None of Our revelations do We abrogate or cause to be forgotten, but We substitute something better or similar: Knowest thou not that Allah Hath power over all things?)।##[Replied by sgis-insahih aqida…gp]
++++++++++++++++++++++++++++++++++++++

#১ = Syed Iskandar :- কিতাপ কেইখন কতো যোৱা নাই ।মাত্ৰ মানুহৰ দ্বাৰা manipulaye হৈ বহুতো ভুল সোমাই গৈছে বাকী তিনিখনত এতিয়াৰ খ্ৰীষ্টান ইহুদি বিলাকে ব্যৱহাৰ কৰে ভূল সোমোৱা বাকিকেইখন।
আপুনি এইটোও নিশ্চয় জানে যে বাকী তিনিখন নিৰ্দ্দিষ্ট গোষ্ঠীৰ কাৰণে নাযিল হৈছিল আৰু কোৰাণ সম্পূৰ্ণ মানবজাতিৰ কাৰণে নাযিল হৈছে ।যবুৰ ডাউদ PBUH prophet David ৰ কাৰণে নাযিল হৈছিল । এতিয়া দাউদ আলাইছালামক অনুসৰণ কৰা গোষ্ঠী পৃথিৱীতে নাই । তৌৰিত মূচা আলাইহুৱাচালাম বৰ্তমানৰ ইহুদি বিলাক যাৰ সংখ্যা পৃথিৱীত একেবাৰে নগণ্য ।Prophet Moses PBUH তেওৰ অনুগামীয়ে তৌৰিতৰ দুটা manipulating সংস্কৰণ উলিয়ালে zionist আৰু Hebrusism . ইণ্জীল বাইবেল যাৰ বৰ্তমান সংস্কৰণ চাৰিটা Old testamen ,New Testamen Gospel ,Deuterony এইবোৰ যাক মানুহে interfare কৰিলে । পবিত্র কোৰাণ এনেকুৱা এখন ধৰ্মগ্ৰন্থ যাক নাযিল হোৱাৰ পৰা কোনেও হস্তক্ষেপ কৰি সলনি কৰিব পৰা নাই । এইটো আন্তৰ্জাতিক পৰ্যায়ত বিভিন্ন ধৰ্মৰ non muslim ধৰ্মগুৰুৱে প্ৰকাশ কৰা মত । পবিত্র কোৰাণতো আছে ইয়াক কিয়ামত পৰ্যন্ত কোনেও হেৰফেৰ কৰিব নোৱাৰে । প্ৰথমে অধ্যয়ন কৰা তাৰপিছত গম পাবা।।
–xx–

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s