ইমাম আবূ হানিফা (ৰহঃ) কি সঁচাকৈ তাবেঈ আছিল ?

ইমাম আবূ হানিফা (ৰহঃ) কি সঁচাকৈ তাবেঈ আছিল ?
—————————————————————–
পৰীক্ষা কৰি চাওঁ আহক।
——————————
–ইমাম আবু হানিফা(ৰঃ)ৰ জীবিত অবস্থাত চাৰিজন সাহাবা(ৰাঃ) জীয়াই আছিল।

(ক) আনাস বিন মালিক (ৰাঃ) (মৃত্যুঃ ৯১ হিজৰী) বসৰাত।
(খ) আব্দুল্লাহ বিন আবী আওফা (ৰাঃ) (মৃত্যুঃ ৮৭ হিজৰী) কুফাত।
(গ) সাহাল বিন সায়াদ সায়েদী (ৰাঃ) (মৃত্যুঃ ৯১ হিজৰী) মদীনাত।
(ঘ) আবু তোফায়েল আমেৰ বিন অসেলা (ৰাঃ) (মৃত্যুঃ ১১০ হিজৰী) মক্কাত।

–ইমাম আবূ হানীফাই কাৰোৰ লগত সাক্ষাত কৰা নাছিল আৰু কাৰোৰেই পৰা হাদীসৰো শিক্ষা গ্রহন কৰা নাছিল। (আল আক্মাল ফি আসমাউৰ ৰেজাল মায়া মেশকাত পৃঃ ৬২৪)।

ইমাম মুহাম্মাদ বিন আব্দুল্লাহ আল খতীবে কয়:-
–ইমাম আবু হানীফাৰ(ৰঃ) জন্ম ৮০ হিজৰী মৃত্যু ১৫০ হিজীত।

(ক) আনাস বিন মালিকৰ(ৰাঃ) যেতিয়া মৃত্যু হয় তেতিয়া ইমাম আবু হানিফাৰ বয়স (৯১-৮০)=১১ বছৰ। এই ১১ বছৰত সাহাবা আনাস বিন মালিকৰ (ৰাঃ) লগত সাক্ষাতৰ প্রশ্নই নুঠে ।

(খ) আব্দুল্লাহহ বিন আবী আওফা (ৰাঃ) যেতিয়া ঢুকায় তেতিয়া ইমাম আবু হানিফাৰ বয়স (৯৮৭-৮০)= ৭ বছৰ। সাক্ষাততৰ প্রশ্নই নুঠে।

(গ) সাহাল বিন সায়াদ সায়েদী (ৰাঃ) যেতিয়া ঢুকায় তেতিয়া ইমাম আবু হানিফাৰ বয়স (৯১-৮০)=১১ বছৰ।

(ঘ) আবু তোফায়েল আমেৰ বিন অসেলা (ৰাঃ) যেতিয়া ঢুকায় তেতিয়া ইমাম আবু হানিফাৰ বয়স (১১০-৮০)=৩০ বছৰ। আবু তোফায়েল (ৰাঃ) সৈতে সাক্ষাত হ’ব পাৰে, কিন্তু তেওঁ(ৰাঃ) ইমাম আবু হানিফাক(ৰঃ) সাক্ষাত কৰা নাছিল।

It was said: he[abu hanifa(ra:)] is one who met him [i.e. a Sahabi], although he did not accompany him, as was said on [the definition of] a Sahabi, and al-Hakim agrees with this. Ibn al-Salah said: “It is closest [to the truth].” The author [i.e. al-Nawawi] said: “It is most apparent.”

–এতিয়া নিজেই ঠিক কৰক, ইমাম আবূ হানিফা (ৰহঃ) তাবেঈ আছিল নে নাই।।

selflink

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s