zakat-কেলকুলেত অব “চাহেবে-নিছাব”[চ’গুদ ইছলাম]

কেলকুলেত অব “চাহেবে-নিছাব”[চ’গুদ ইছলাম]
[ইয়াত গঠনমূলক আলোচনাৰ বাবে আপোনাৰ মতামত অতিকে প্রয়োজন।]
++++++++++++++++++++++++++
Rs.31,854.97(০৫/০৭/২০১৬) থাকিলেই চাহেবে-নিছাব হব আৰু যাকাত দিব লাগিব।
++++++++++++++++++++++++++
যাকাত আপুনি দিব লাগে। কিন্তু আপুনি যি বুজিছে, সেইমতে আপুনি চাহেবে-নিছাবেই নহয়। গতিকে আপুনি বহু বছৰৰ পৰা জাকাতেই দিয়া নাই।

–চাহেবে-নিছাব কেতিয়া হয় যেতিয়া এজন মানুহ 87.48 gm(approx.7.50 tula) সোণ অথবা 612.36 gm(approx. 52.50 tula) ৰূপৰ মূল্যৰ মালিক হয়।[যদিহে এবছৰ জমা থাকে]।

–আজিৰ গুৱাহাটৰ বজাৰ মূল্যত চাহেবে-নিছাবৰ মূল্য:-
সোণ:- Rs.2,54,916.72
ৰূপ :- Rs.31,854.97
–মন কৰিব বিভিন্ন শ্বহী হাদিছত মিনিমাম কি/কিমান থাকিলে চাহেবে-নিছাব হ’ব পাৰে তাক নির্ধাৰণ কৰি দিয়া আছে। যেনেঃ- সোণ, ৰূপ, শস্য, পোহনিয়া জীৱ-জন্তু আদি।
–যাকাত 2.50% বস্তুৰৰ পৰা দিব নেলাগে। দিব লাগে বজাৰ মূল্যৰে 2.50% টকা।অর্থাৎ ওপৰত উলিয়াই থোৱা সোণ:- Rs.2,54,916.72ৰ 2.50%= Rs.6,373/-(যাকাত) আৰু ৰূপ :- Rs.31,854.97ৰ 2.50%=Rs.797/-(যাকাত)। ইয়াৰ মানেই হ’ল টকাৰে যাকাত দিব লাগিব।আৰু এইটোও স্পষ্ট হলযে Rs.31,854.97 থাকিলেই চাহেবে-নিছাব হব আৰু যাকাত দিব লাগিব।
–কেৱল সোনৰ ওপৰেই চাহেবে-নিছাব থকা হলে ৰূপ আদিৰ কথা শ্বহী হাদিছবোৰত নাহিলে হেঁতেন; কিন্তু শ্বহী বুখাৰীতেই ইয়াৰ ঊল্লেখ আছে। [About silver zakat-http://sunnah.com/bukhari/24/58 pl.see at the below lines]
–এতিয়া এইটোৱেই বুজা গলযে 31,854.97টকা যদি আপোনাৰ হাতত জমা আছে তেন্তে ইমিদিয়েত যাকাত দি গুনাহ মুক্ত হওঁক।
–হিচাব কৰক এবছৰত জমা থকা কি কি আছে, GPF, Bank deposit, শস্য আদি, পশু আদি, সোন(এতুলা হলেও), ৰূপ(এতুলা হলেও) ইত্যাদি।
খৰছ, ঋণ ,দৈনিক খৰছ বাদদি যদি আছে:-
GPF= Rs.20,000/-
Bank deposit=Rs.15,000/-
সোন(1gm)=Rs.2,914/-
ৰূপ(1gm)=Rs.52.02
…………………………………
Total=Rs.37,966.02(saheb a nisab – ৰূপ :- Rs.31,854.97)

Hence, zakat to be paid to-day= (2.50%)=Rs.949.15 say Rs.950/-
Check this zakat payable at this link:- http://irf.net/zakaat_caculator/
সোন(1gm)=Rs.2,914/,ৰূপ(1gm)=Rs.52.02,Money=Rs.35000 (20000+15000)
Pl.discuss and confirm-sgis-05/07/2016
##

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s