Three comments on sab-e-barat

2

তিনিটা কমেন্ট ছেয়াৰ কৰিলোঃ-
———————————
[A]-আপুনি লাখ টকিয়া কথা কৈছে। যেন এনে লাগিছে নাটকৰ শেষ দৃশ্যৰ পট পেলাইছে। দুটা কথা কৈছে:-
১]- সেই দিনাৰ কাৰণেটো(চবে বৰাত) নামাজ পঢ়ি, ৰোজা ধৰি আল্লাহ তা’লাক বিশ্বাস কৰিছে।
২]- চবে বৰাতৰ দিনা ইবাদত কৰি তাৰ পিছ দিনাৰ পৰা আকৌ বেয়া কামত জইন হয়।।

–এইয়াই হল বেদাতৰ ভেলেকি-বাজি/কেৰিছমা। বেদাতে চুন্নত অজগৰে গিলাদি গিলি পেলায়। মন কৰিব ইয়াক জীয়াৰ ৰখাৰ আপ্রাণ চেষ্টা কৰা সকলক ওপৰৰ নাটকত দেখিছেই।।(by-sgis-)

@@@@@@@@@@@@@@@@@@@@@@

[B]-Common Muslims particularly in assam do not understand difference between Bidayat and shariyah. As Jonabs and Imams of the Mosjids narrate Fazilot of worshipping in Shababarat, common Muslims follow .———————-

সেইটোৱেই আজিৰ দিনত ভয়ংকৰ কথা।————- চাহাব।। দেওবন্দি মুল্লাই নিজেই এইবোৰ নেজানে। গতিকে নিজে চেষ্টা কৰক। ১৪ বছৰীয়া study courseত অতি কম সময় হাদিছ পঢ়ি বাকী সময় মেকিং ফিকাহ পঢ়ি আহে।(Rep-sgis-))

@@@@@@@@@@@@@@@@@@@@@@

[C] হাদীৰ আলোকত শবে বৰাত
++++++++++++++++++++
–শবে বৰাত ফার্সী শব্দ যাৰ অর্থ ভাগ্য ৰজনী। কিন্তু হাদীছত এই ৰজনীক “লাইলাতুন নিসফে মিন শা’বান” বা শা’বান মাহৰ মধ্য ৰজনী কোৱা হৈছে। কোৰআনুল কাৰীমৰ কতোৱেই এই ৰাতিৰ সম্পর্কে কোনো উল্লেখ নাই।

–গতিকে নামৰ ফালৰ পৰা শবে বৰাতক বিদয়াত ক’ব পৰা যায়। কিয়নো হাদীছত আছে এক ধৰণৰ আৰু কোৱা হৈছে অন্য ধৰণেৰে।

–একেবাৰে ছহীহ হাদীছযে নাই এই কথাও সত্য নহয়। ইবনে মাজাৰ বাবু মা যাআ লাইলাতুম মিন নিসফে শা’বানৰ মাজত এটা হাছান ছহীহ হাদীছ আহিছে যাক নাছিৰ উদ্দীন আলবানীয়ে ছহীহ বুলি কৈছে। عن رسول الله صلى الله عليه و سلم قال ( إن الله ليطلع في ليلة النصف من شعبان . فيغفر لجميع خلقه . إلا لمشرك أو مشاحن ) “ আবু মুছা আশয়াৰী ৰাছুল ছলল্লাহু আলেইহিচ্ছ ছালমৰ পৰা বর্ননা কৰেযে তেওঁ কৈছিল আল্লাহ তায়ালা শা’বান মাহৰ মধ্য ৰজনীত এক বিশেষ ভূমিকাত অবতীর্ন হয় আৰু মুশৰিক ও হিংসুক(বিদ্বেষ পোষনকাৰী) বাহিৰে সকলোকে ক্ষমা কৰি দিয়ে।”

–ক্ষমা লাভৰ শর্ত হ’ল শিৰক/বিদাত ও বিদ্বেষ পৰা মুক্ত হোৱা। এই দুটা বিষয়ৰ পৰা যি ব্যক্তি মুক্ত হ’ব পাৰিব তেওঁ কোনোধৰণৰ অতিৰিক্ত আমল নকৰাকেই এই ৰাতিৰ বৰকত ও ক্ষমা লাভ কৰিব।

–৪৮৪ হিজৰিৰ পৰা এই বিদাতি শবে বৰাতৰ আমল আৰম্ভ হয়। ইয়াৰ আগতে কোনো মুছলমনেই ইয়াক পালন কৰা নাছিল।।

–গতিকে———চাহাবে তলৰ আল্লাহ তা’লাৰ warning মনত ৰখা ভাল:-
www.quran.com/33/66-68
+++++++++++(prepared by-sgis)+++++++++++

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s