দ্য বেস্ট পি’পল-313

battle-of-badar
তালুতে ৮০ হাজাৰ সৈন্য লৈ জালুতৰ বিৰুদ্ধে যুদ্ধেৰ বাবে সাজু হ’ল। পথত স্ক্রিনিং আৰম্ভ হ’ল। কোৱা হ’ল, পথত পিয়াহ লাগিলেও নদীৰ পানী এক আঁজলীতকৈ বেচি খাব নোৱাৰিব।
৭৬ হাজাৰে কথা নুশুনিলে । বাকী থাকিল চাৰি হাজাৰ।
সেই চাৰি হাজাৰৰ মাজত ৩১৩ জন বাদদি বাকীবোৰ ভয়ত পলাই গ’ল, ক’লে জালুতৰ বিশাল বাহিনীৰ লগত যুদ্ধ কৰাৰ শক্তি তেওঁলোকৰ নাই।
আল্লাহপাকে সেই ৩১৩ জনক জালুতৰ বিশাল বাহিনীৰ বিৰুদ্ধে বিজয় দান কৰালে।
একেই অবস্থা বদৰৰ ঘটনাক্রমেও। আল্লাহপাকে ৩১৩ জনক বিজয় দান কৰাইছিল বিশাল বাহিনীৰ বিপৰীতে। তেওঁলোকক আল্লাহপাকে ক্ষমা কৰিলে।
যেতিয়া ইমাম মাহদী আত্মপ্রকাশ কৰিব, সেই একেই পৰিমান ৩১৩ জনক প্রাথমিক অবস্থাত তেওঁ বায়াহ প্রদান কৰিব। তেওঁলোক হ’ব সেই সময়ৰ দ্য দ্য বেস্ট পি’পল।
তালুত আৰু ৰাছুলুল্লাহ ছলল্লাহু আলেইহিচ্ছ ছালামৰ বেষ্ট ৩১৩ ত টো নাছিলো ।
ইমাম মাহদিৰ বেস্ট ৩১৩ ত থকাৰ মন আছে।
৩১৩ এটা প্রাইম নাম্বাৰ। ৩১৩-ব্যাটালিয়নৰ অন্তর্ভুক্ত হোৱাৰ নিচিনা কোনো যোগ্যতাতা আমাৰ মাজত নাই, তথাপিও আল্লাহপাক যেন সেই ৩১৩ ৰ যিকোনোৰ লগত এবাৰ হলেও দেখা কৰাৰ, এবাৰ মুছাহাফা কৰাৰ তৌফিক যেন দিয়ে।
দোৱা বিচাৰো।–চ’গুদ ইছলাম-০৬/০৫/২০১৬।
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s