ভাষা আল্লাহ তা’লাৰ সৃষ্টি-নিদর্শন

a

-“ভাষা আল্লাহ তা’লাৰ সৃষ্টি-নিদর্শন”-
———————————————–
–আন্তর্জাতিক ভাষা গবেষণা প্রতিষ্ঠান এথনোলগ[ethnologue] –ৰ তথ্যানুসাৰে পৃথিবীত বর্তমান মুঠ ভাষাৰ সংখ্যা ৭,১০৫ টা।
বিবর্তনবাদীসকলে কয়, মানুহে এটা সময়ত পশুৰ দৰে ইঙ্গিত ও ধ্বনি ব্যবহাৰ কৰিছিল, ইয়াৰ পিছত হঠাৎ আবিষ্কাৰ কৰিলে যে মানুহে বিভিন্ন শব্দ গঠন কৰিব পাৰে। ইয়াৰপিছত, তাৰপিছ্‌ ইয়াৰপিছত.. শেষকথা, নির্দিষ্টভাবে একো জনা নাজায়।
অথচ আল-কোৰআন মজীদত আল্লাহ তা’লাই সুস্পষ্টভাবে জনাইছে,
+++
-“আর তিনি আদমকে শেখালেন সমস্ত বস্তু-সামগ্রীর নাম। তারপর সে সমস্ত বস্তু-সামগ্রীকে ফেরেশতাদের সামনে উপস্থাপন করলেন। অতঃপর বললেন, আমাকে তোমরা এগুলোর নাম বলো, যদি তোমাদের বক্তব্য সত্য হয়ে থাকে।” [সূরা বাকারা: ৩১]
+++
এই আয়াতত এইটো সুস্পষ্ট যে, পৃথিবীৰ প্রথম মানুহ আদম (আ.) -ক সৃষ্টিৰ পিছত আল্লাহ তা’লাই তেওঁক(আ.) সকলো বস্তুৰ নাম শিকায়। আমি জানো, ভাষা হৈছে মনৰ ভাব প্রকাশ। আৰু ভাব প্রকাশৰ প্রাথমিক উপাদান হৈছে শব্দভাণ্ডাৰ বা ভোকাবুলাৰি, যাক আল্লাহ তা’লাই এই আয়াতত আদম (আ.) –ক শিকাইছিল বুলি জনালে। ফলত ভাষাযে আল্লাহ তা’লাৰ সৃষ্টি, সেইটো আৰু কোৱাৰ প্রয়োজন নাই।
 
 
বৰং ভাষাক আল্লাহ তা’লাই তেওঁৰ নিদর্শন বুলিও উল্লেখ কৰে।
+++
“তাঁর আরো এক নিদর্শন হচ্ছে, নভোমন্ডল ও ভূমণ্ডল সৃষ্টি, এবং তোমাদের ভাষা ও বর্ণের বৈচিত্র্য। নিশ্চয়ই এতে জ্ঞানীদের জন্যে নিদর্শনাবলী রয়েছে।” [সূরা রুম: ২২]
+++
এই আয়াতত আল্লাহ ছুবহানাল্লাহ ৱা তা’লাক ভাষাৰ বৈচিত্র্যক তেওঁৰ নিদর্শন হিচাবে উল্লেখ কৰিছে ।।[sgis-17.04.2016]।।
———————————————————–

Leave a comment