comments-fb

Moulana Abdul Goni=আমিও হানাফী মাদ্ৰাছাৰ পৰা পাছ কৰি নামধাৰী আলীম হলো যদিও কি শিকিলো ?? আল্লাহক যদি ভয় কৰিছো তেন্তে মোৰ দৰে প্ৰত্যেক গৰাকী হানাফী আলীমে আজি সততাৰে স্বীকাৰ কৰো আহক -” আমাতকৈ আজি সাধাৰণ শিক্ষিত লোক সকলৰ দ্বীনৰ ইলিম অনেক বেছি, কিয়নো সিহঁতে কোৰআন আৰু চহীহ হাদীছ বহুত বুজি পঢ়িছে, কিন্তু আমি ??? আহক আমিও বুজি পঢ়াৰ চেষ্টা কৰো । । । ।

+++++++++++++++++++++++++++++++++++++++++

Sogood Islam Syeds =moi 100% sure ja deobandi a sahih hadith and details of Quran masjid janiboi nuwara or najonai….Tana korilai deoban r dukan bondh hobo…

++++++++++++++++++++++++++++++++++++++++

Moulana Abdul Goni তেনেকৈ নকব জোনাব সগুদ সাহেৱ, আপোনালোকে দোয়া কৰক, ইনচাআল্লা মোৰ দিছিচন শুদ্ধ ৰাস্তাত লব বিচাৰি আছো। পৰাসুনা কৰি আছো নতুন কৰি ।আৰু এটা কথা কওঁ যে সেই দোকানৰ কাচতমাৰো আল্লাহৰ সামনত দোষী হব লাগিব , অকল দোকানীয়ে নহয়।
+++++++++++++++++++++++++++++++++++++++

Sogood Islam Syeds আমি সেই দুকানৰ বস্তু খোৱা প্রায় বাদ দিছো। তাৰ বস্তুবোৰ ভেজাঁল বুলি কনর্ফাম হৈছো। তৎক্ষণাত ভেজাঁল বুলি ধৰা টান। গনি চাহাব। আপোনিওঁ এনে সন্দেহ এটা কৰিছে। বৰ ভাল কথা। ৰিচার্ছ অব্যাহত ৰাখক। চালাত নামৰ বস্তুটোতেই প্রথম হাত দিয়ক, দেখিব তাৰ ৯০%ই ভেজাঁল, তাৰ আজান নামৰ খোলাটোৰ বাহিৰে ভিতৰখন ফোপোঁলা মানে ভেজাঁল। নাৱইতুআন বুলি নিয়তৰ পিছত আৰু কিছু এদ কৰিব পাৰি। যেনে-কেনকুৱা ইমামৰ পিছত নামাজ পঢ়িছে, তেওঁৰ কুৱালিফিকেচন কি, কোন জিলাৰ বাসিন্দা ইত্যাদি বোৰো কোৱা উচিত। চিজদালৈ যোৱাৰ সময়ত আগতে আঠু মাটিত দিয়াৰ কথাটোত কোনোবাই কমপ্লেইন কৰিলে আবু-দাউদত থকা হাদিছটো দেখুৱাই দিলেই হ’ল, কিদাল গ’ম পাব সেইটো ছহী নে দুর্ব্বল। ভুলতে তাৰ ওপৰত থকা আগতে মাটিত হাত দিয়াৰ ছহী হদিচটোৰ কথা নকব।।।
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s