as.Bukhari-Volume 1.Chapter 5.Hadith.259-262

-অনুবাদঃ চৈয়দ চ’গুদ ইছলাম, গুৱাহাটী-২7/০১/২০১৬ [২৫৯-২৬২]
———————————————————————————
 
ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৫৯
 
________________________________________
২৫৯-‘ওমৰ ইব্ন হাফছ ইব্ন গিয়াছ (ৰঃ) ……… ‘আব্বাছৰ (ৰাঃ) পৰা বর্ণনা কৰেযে, মায়মূনাই (ৰাঃ) কয়ঃ মই ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ বাবে গোছলৰ পানী ঢালি ৰাখিছিলো । ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে তেওঁৰ সোঁহাতেৰে বাওঁহাতত পানী ঢালিলে আৰু উভয় হাত ধুলে। ইয়াৰ পিছত তেওঁৰ লজ্জাস্থান ধুইললে আৰু মাটিত নিজ হাত ঘহিঁলে। পিছত তাক(হাত) ধুই কুলি কৰিলে, নাকত পানী দিলে, তাৰপিছত তেওঁৰ মুখমণ্ডল ধুলে আৰু মূৰৰ ওপৰত পানী ঢালিলে। পিছত সেই স্থানৰ পৰা আতঁৰিগৈ দুই ভৰি ধুলে। অবশেষত তেওঁক এখন ৰুমাল(towel) দিয়া হ’ল; কিন্তু তেওঁ তাক ব্যৱহাৰ নকৰিলে।

+++++++++++++++++++++++++++++++++++++++++
গোছল অধ্যায় -৫
ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৬০ ।
 
________________________________________
২৬০- ‘আবদুল্লাহ্ ইব্ন যুবাইৰ হুমায়দী (ৰ) ……… মায়মূনা (ৰাঃ) পৰা বর্ণিত, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে জানাবাতৰ [Janaba (sexual relation or wet dream)] গোছল কৰিলে। তেওঁ প্রথমে হাতেৰে নিজৰ লজ্জাস্থান ধুই ললে। তাৰপিছত হাত ঘহিঁলে(মাটিত) আৰু তাক ধুই ললে। তাৰপিছত ছালাতৰ অজুৰ দৰে অজু কৰিলে। গোছল শেষ কৰি তেওঁ নিজৰ দুই ভৰি ধুইললে।

+++++++++++++++++++++++++++++++
গোছল অধ্যায় -৫
ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৬১ ।
,
 
________________________________________
২৬১-‘আবদুল্লাহ্ ইব্ন মাছালামা (ৰহমাতুল্লাহ) ……… ‘আয়িছাহৰ(ৰাজিয়াল্লাহুআনহা) পৰা বর্ণিত, তেওঁ কৈছিলঃ মই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে একেই পাত্রৰ পানীৰে এনেভাবে গোছল কৰিছিলোযে, তাত আমাৰ দুইজনৰেই হাত এখনৰ পিছত এখন পৰিছিল**।(২৫০; মুছলিম ৩/১০, হাঃ ৩১৯, ৩২১) (আধুনিক প্রকাশনীঃ ২৫৪, ইছলামী ফাউন্ডেশনঃ ২৫৯)
**ইব্ন ‘ওমৰ (ৰাজিয়াল্লাহুআনহু) আৰু বাৰা ইব্ন ‘আযিবে (ৰাজিয়াল্লাহুআনহু) হাত নুধুৱাকৈই পানীত হাত ভৰাইছিল, তাৰপিছত অজু কৰিছিল। ইব্ন ‘ওমৰ (ৰাজিয়াল্লাহুআনহু) আৰু ইব্ন ‘আব্বাছে (ৰাজিয়াল্লাহুআনহু) যি পানীত ফৰজ গোছলৰ পানী ছিটিকি পৰিছিল তাক ব্যবহাৰত কোন দোষ বুলি নাভাবিছিল।

+++++++++++++++++++++++++++++++++++++++++++++++
গোছল অধ্যায় -৫
ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৬২ ।
২৬২. ‘আয়িছাহৰ (ৰাজিয়াল্লাহুআনহা) পৰা বর্ণিত, তেওঁ কৈছিলঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম জানাবাতৰ গোছল কৰাৰ সময়ত প্রথমে হাত ধুই লৈছিল। (২৪৮)আধুনিক প্রকাশনীঃ ২৫৫, ইছলামী ফাউন্ডেশনঃ ২৬০)
##
=========================================================

-অনুবাদঃ চৈয়দ চ’গুদ ইছলাম, গুৱাহাটী-২7/০১/২০১৬ [২৫৯-২৬২]
গোছল অধ্যায় -৫
ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৫৯
حَدَّثَنَا عُمَرُ بْنُ حَفْصِ بْنِ غِيَاثٍ، قَالَ حَدَّثَنَا أَبِي، حَدَّثَنَا الأَعْمَشُ، قَالَ حَدَّثَنِي سَالِمٌ، عَنْ كُرَيْبٍ، عَنِ ابْنِ عَبَّاسٍ، قَالَ حَدَّثَتْنَا مَيْمُونَةُ، قَالَتْ صَبَبْتُ لِلنَّبِيِّ صلى الله عليه وسلم غُسْلاً، فَأَفْرَغَ بِيَمِينِهِ عَلَى يَسَارِهِ فَغَسَلَهُمَا، ثُمَّ غَسَلَ فَرْجَهُ، ثُمَّ قَالَ بِيَدِهِ الأَرْضَ فَمَسَحَهَا بِالتُّرَابِ، ثُمَّ غَسَلَهَا، ثُمَّ تَمَضْمَضَ وَاسْتَنْشَقَ، ثُمَّ غَسَلَ وَجْهَهُ، وَأَفَاضَ عَلَى رَأْسِهِ، ثُمَّ تَنَحَّى فَغَسَلَ قَدَمَيْهِ، ثُمَّ أُتِيَ بِمِنْدِيلٍ، فَلَمْ يَنْفُضْ بِهَا.
________________________________________
‘ওমৰ ইব্ন হাফছ ইব্ন গিয়াছ (ৰঃ) ……… ‘আব্বাছৰ (ৰাঃ) পৰা বর্ণনা কৰেযে, মায়মূনাই (ৰাঃ) কয়ঃ মই ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ বাবে গোছলৰ পানী ঢালি ৰাখিছিলো । ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে তেওঁৰ সোঁহাতেৰে বাওঁহাতত পানী ঢালিলে আৰু উভয় হাত ধুলে। ইয়াৰ পিছত তেওঁৰ লজ্জাস্থান ধুইললে আৰু মাটিত নিজ হাত ঘহিঁলে। পিছত তাক(হাত) ধুই কুলি কৰিলে, নাকত পানী দিলে, তাৰপিছত তেওঁৰ মুখমণ্ডল ধুলে আৰু মূৰৰ ওপৰত পানী ঢালিলে। পিছত সেই স্থানৰ পৰা আতঁৰিগৈ দুই ভৰি ধুলে। অবশেষত তেওঁক এখন ৰুমাল(towel) দিয়া হ’ল; কিন্তু তেওঁ তাক ব্যৱহাৰ নকৰিলে।

Bathing (Ghusl) ::
Bukhari :: Volume 1 :: Chapter 5 :: Hadith 259
Narrated Maimuna:
I placed water for the bath of the Prophet (sallallahu ‘alaihi wa sallam) and he poured water with his right hand on his left and washed them. Then he washed his private parts and rubbed his hands on the ground, washed them with water, rinsed his mouth and washed his nose by putting water in it and blowing it out, washed his face and poured water on his head. He withdrew from that place and washed his feet. A piece of cloth (towel) was given to him but he did not use it.
+++++++++++++++++++++++++++++++++++++++++
গোছল অধ্যায় -৫
ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৬০ ।

حَدَّثَنَا الْحُمَيْدِيُّ، قَالَ حَدَّثَنَا سُفْيَانُ، قَالَ حَدَّثَنَا الأَعْمَشُ، عَنْ سَالِمِ بْنِ أَبِي الْجَعْدِ، عَنْ كُرَيْبٍ، عَنِ ابْنِ عَبَّاسٍ، عَنْ مَيْمُونَةَ، أَنَّ النَّبِيَّ صلى الله عليه وسلم اغْتَسَلَ مِنَ الْجَنَابَةِ، فَغَسَلَ فَرْجَهُ بِيَدِهِ، ثُمَّ دَلَكَ بِهَا الْحَائِطَ ثُمَّ غَسَلَهَا، ثُمَّ تَوَضَّأَ وُضُوءَهُ لِلصَّلاَةِ، فَلَمَّا فَرَغَ مِنْ غُسْلِهِ غَسَلَ رِجْلَيْهِ.

‘আবদুল্লাহ্ ইব্ন যুবাইৰ হুমায়দী (ৰ) ……… মায়মূনা (ৰাঃ) পৰা বর্ণিত, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে জানাবাতৰ [Janaba (sexual relation or wet dream)] গোছল কৰিলে। তেওঁ প্রথমে হাতেৰে নিজৰ লজ্জাস্থান ধুই ললে। তাৰপিছত হাত ঘহিঁলে(মাটিত) আৰু তাক ধুই ললে। তাৰপিছত ছালাতৰ অজুৰ দৰে অজু কৰিলে। গোছল শেষ কৰি তেওঁ নিজৰ দুই ভৰি ধুইললে।

Bukhari :: Volume 1 :: Chapter 5 :: Hadith 260
Narrated Maimuna:
The Prophet (sallallahu ‘alaihi wa sallam) took the bath of Janaba. (sexual relation or wet dream). He first cleaned his private parts with his hand, and then rubbed it (that hand) on the wall (earth) and washed it. Then he performed ablution like that for the prayer, and after the bath he washed his feet.
+++++++++++++++++++++++++++++++
গোছল অধ্যায় -৫
ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৬১ ।
,
حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مَسْلَمَةَ، أَخْبَرَنَا أَفْلَحُ، عَنِ الْقَاسِمِ، عَنْ عَائِشَةَ، قَالَتْ كُنْتُ أَغْتَسِلُ أَنَا وَالنَّبِيُّ، صلى الله عليه وسلم مِنْ إِنَاءٍ وَاحِدٍ تَخْتَلِفُ أَيْدِينَا فِيهِ.

‘আবদুল্লাহ্ ইব্ন মাছালামা (ৰহমাতুল্লাহ) ……… ‘আয়িছাহৰ(ৰাজিয়াল্লাহুআনহা) পৰা বর্ণিত, তেওঁ কৈছিলঃ মই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে একেই পাত্রৰ পানীৰে এনেভাবে গোছল কৰিছিলোযে, তাত আমাৰ দুইজনৰেই হাত এখনৰ পিছত এখন পৰিছিল**।(২৫০; মুছলিম ৩/১০, হাঃ ৩১৯, ৩২১) (আধুনিক প্রকাশনীঃ ২৫৪, ইছলামী ফাউন্ডেশনঃ ২৫৯)
**ইব্ন ‘ওমৰ (ৰাজিয়াল্লাহুআনহু) আৰু বাৰা ইব্ন ‘আযিবে (ৰাজিয়াল্লাহুআনহু) হাত নুধুৱাকৈই পানীত হাত ভৰাইছিল, তাৰপিছত অজু কৰিছিল। ইব্ন ‘ওমৰ (ৰাজিয়াল্লাহুআনহু) আৰু ইব্ন ‘আব্বাছে (ৰাজিয়াল্লাহুআনহু) যি পানীত ফৰজ গোছলৰ পানী ছিটিকি পৰিছিল তাক ব্যবহাৰত কোন দোষ বুলি নাভাবিছিল।
________________________________________
Bathing (Ghusl) ::
Bukhari :: Volume 1 :: Chapter 5 :: Hadith 261
Narrated Aisha:
The Prophet (sallallahu ‘alaihi wa sallam) and I used to take a bath from a single pot of water and our hands used to go in the pot after each other in turn.
++++++++++++++++++++++++++++++++++++++++++++++++++++++
ছহিহ বুখাৰী :: খন্ড ১ :: অধ্যায় ৫ :: হাদিছ ২৬২ ।
২৬২. ‘আয়িছাহৰ (ৰাজিয়াল্লাহুআনহা) পৰা বর্ণিত, তেওঁ কৈছিলঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম জানাবাতৰ গোছল কৰাৰ সময়ত প্রথমে হাত ধুই লৈছিল। (২৪৮)আধুনিক প্রকাশনীঃ ২৫৫, ইছলামী ফাউন্ডেশনঃ ২৬০)
________________________________________
Bathing (Ghusl) ::
Bukhari :: Volume 1 :: Chapter 5 :: Hadith 262
Narrated `Aisha:
Whenever Allah’s Messenger (sallallahu ‘alaihi wa sallam) took a bath of Janaba, he washed his hands first.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s