Arfan Ali চাৰি মাজহাব আৰু বিদআতৰ পৰা সাৱধান। এইবোৰ হাৰাম। জাপ মাৰি নুঠিব মই কোৱা নাই। মই কেৱল অনুবাদ খিনিহে আগবঢ়াইছো। মাজহাব এটাই !!!!!!!!!!! ইছলাম!!!!!!!!!! দলীল কাৰ চাই লওঁক, তাৰ পিছত ভূকিব মুছনাদে আহমদ :: কুৰআন আৰু ছূন্নাহৰ পৰিপূৰ্ণ অনুসৰন পৰিচ্ছেদ, অধ্যায় ৫ :: হাদীছ ৭ খালিদ ইবন মাদানৰ পৰা বর্ণিত, তেওঁ কৈছে, আব্দুৰ ৰহমান ইবন আমৰ আস সুলামী আৰু হুজৰ ইবন হুজৰ এই দুজনে আমাক কৈছেঃ আমি চাহাবী ‘ইৰবায ইবন ছাৰিয়া(ৰাঃ) ৰ ওচৰত গমন কৰো। তেওঁ সেই সকল চাহাবীৰ ভিতৰত আছিল যিসকলৰ সম্পর্কে কুৰআনৰ নিন্মোক্ত আয়াত নাযিল হৈছিল, “তেওঁলোকৰো কোনো অপৰাধ নাই যিসকলে আপোনাৰ ওচৰত বাহনৰ বাবে অহাত আপুনি কৈছিল, ‘তোমালোকৰ বাবে কোনো বাহন মই পোৱা নাই’( তেওঁলোকে অর্থব্যয়ত অসামর্থ্যজনিত দুঃখ অশ্রুবিগলিত নয়নেৰে উভতি গ’ল)। (ছূৰা তাওবাঃ আয়াত-৯২)। আমি তেওঁক ছালাম কৰি কলো, আমি আপোনাৰ অসুস্থ্যতাৰ খোজ লবলৈ আৰু আপোনাৰ ওচৰৰ পৰা শিক্ষা লাভ কৰাৰ বাবে আগমন কৰিছো। তেতিয়া ইৰবায (ৰাঃ) য়ে কৈছে, এদিন ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আমাক লৈ ফজৰৰ চালাত আদায় কৰিলে। ইয়াৰপিছত তেওঁ আমাৰ ফালে মূখ ঘূৰাই অত্যন্ত হৃদয়গ্রাহী ভাষাত নছীহত কৰিলে। যি ওৱায শুনি (শ্রোতাসকলৰ) চকুসমূহ অশ্রুশিক্ত হৈ পৰে আৰু হৃদয়বোৰ ভীত-বিহ্বল হৈ যায়। তেতিয়া এজন ব্যক্তিয়ে ক’লে, হে আল্লাহৰ ৰাছূল, চাল্লাল্লাহু আলাইহি ৱাছাল্লাম! আপোনাৰ এই ওৱায যেন বিদায়ী ওৱায। তেনেহলে আপুনি আমাক কি দায়িত্ব প্রদান কৰিছে? তেওঁক’লে, মই তোমালোকক অছিয়ত কৰিছো, আল্লাহক ভয় কৰিবলৈ বা তাকওৱা অৱলম্বন কৰিবলৈ আৰু ৰাষ্ট্রীয় নেতৃত্বৰ আনুগত্য কৰিবলৈ, যদিও সেই প্রশাসক হাবশী হয়। আৰু তোমালোকৰ মাজৰ পৰা যিসকলে মোৰ পিছতো বাচি থাকিব তেওঁলোকে অচিৰেই বহু মতবিৰোধ দেখিবলৈ পাব। গতিকে তোমালোকে মোৰ ছূন্নাহ আৰু সুপথপ্রাপ্ত খুলাফায়ে ৰাশ্বিদীনৰ ছূন্নাতক সুদৃঢ়ৰুপে অনুসৰণ কৰিবা। তোমালোকে সেয়া দৃঢ়ভাৱে খামূচি ধৰিবা আৰু দাতেৰে কামুৰি ধৰি থাকিবা। খৰবদাৰ! তোমালোকে নৱ-উদ্ভাৱিত বিষয়াৱলীৰ পৰা আত্মৰক্ষা কৰিবা। কাৰণ প্রত্যেক নৱ-উদ্ভাৱিত বিষয়েই বিদআত আৰু প্রত্যেক বিদআতেই পথভ্রষ্টতা। (অন্য এক বর্ণনাতো ইৰবায(ৰাঃ) য়ে অনুৰুপ বিৱৰণ দিছে।) এই বর্ণনাত তেওঁ কৈছে, কলো, হে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আপোনাৰ এই বক্তব্য এজন বিদায়ীৰ বক্তব্যৰ দৰে। তেনেহলে আপুনি আমাক (দায়িত্ব হিচাপে) কি নির্দেশ প্রদান কৰিছে? তেওঁ, চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, মই তোমালোকক ফটফটীয়া বগা পৰিষ্কাৰ ৰাজপথৰ ওপৰত ৰাখি গৈছো। যি পথৰ ৰাতিও দিনৰ দৰেই আলোকিত। এই পথৰ পৰা যিয়ে ইফালে সিফালে আতৰি যাব, সিয়েই ধ্বংসপ্রাপ্ত হব। আৰু তোমালোকৰ ভিতৰত যিসকলে মোৰ পিছতো বাচি থাকিব তেওঁলোকে বহু মতবিৰোধ দেখা পাব। … গতিকে তোমালোকে মোৰ যি ছূন্নাত আৰু ৰীতি জানা সেই ছূন্নাতক সুদৃঢ়ৰুপে পালন কৰিবা … দাতেৰে কামূৰি ধৰি থাকিবা, কাৰণ মুমিন ব্যক্তি একান্ত অনুগত আৰু বাধ্যগত উটৰ দৰে, যেনেকৈ যিফালে তাক টানি নিয়া হয় সেই ফালেই সি চলে। (অর্থাৎ মুমিনৰ নিজস্ব কোনো মত নাই। অনুগত উট যেনেকৈ নিজৰ অসুবিধা বা কষ্ট বিবেচনা নকৰি মালিকৰ নির্দেশনা মতে চলি থাকে, মুমিনৰো দায়িত্ব হ’ল তেনেকৈ নিজৰ পছন্দ-অপছন্দ বা সুবিধা-অসুবিধাৰ বিবেচনা নকৰি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ আৰু খুলাফায়ে ৰাশ্বিদীনৰ ছূন্নাত বা ৰীতিৰ হুবহু অনুকৰণ কৰি থকা)। ( তিৰিমিযী, আবু দাউদ, ইবন মাজাহ, ইবন হিব্বান, হাকিম। তিৰমিযী, হাকিম আৰু অন্য মুহাদ্দিছসকলে হাদীছটোক ছহীহ বুলি উল্লেখ কৰিছে।)
saying of a Muslim.”[Majmoo’ Fatawaa Ibn Taymiyyah: Vol 22 Pg 249]লিংকএটা দিছো কোনোবাক দি পঢ়াই লব,
ক্বালাদা মানে ঘোৰাৰ গলত লগোৱা পঘা। মুক্বাল্লীদ মানে যাৰ গলত এই পঘা লগোৱা আছে। যিজনে তাক্বলীদ বা অন্ধ অনুসৰণ কৰে তাক কয় মুক্বাল্লীদ। বলদক যেতিয়া পঘা লগাই এৰাল দিয়া হয় তেতিয়া তাৰ পঘাৰ সীমাৰ বাহিৰলৈ যোৱাৰ ক্ষমতা তাৰ নাথাকে। মুকাল্লীদৰ অৰ্থটোতো চাই লওঁক এবাৰ।মুকাল্লীদ কেতিয়াও আলিম হব নোৱাৰে। কাৰণ তাৰ পঘাৰ বাহিৰত চিন্তা কৰাৰ ক্ষমতাই নাই।
Arfan Ali মহা ধূৰণ্দ্ধৰ এওঁলোক ……..(মো.হু)
Ahmed Bin Sanaan Al Waasiti (Died 259 Hijri) said that:
“There is not an Innovator in this world that does not hate the Ahlul hadeeth”
[Ma’arifatu Uloom Al-hadeeth of Haakim Pg 4 with Authentic Chain]
Ijmaa of Khayr ul-Quroon on the prohibition of taqleed.
[See: Ar-Radd Ala Man Akhlad Ilal Ard: Pg 131-132]
A Scholar can never be a Muqallid.
Haafidh Ibn Abdul Barr al-Andalusi (rahimahullah) said: “And they (the Scholars) said: And a Muqallid does not have any knowledge (Jaahil), and
there is no difference of them (Scholars) in it.”[Jaami Bayaan ul-Ilm Vol 2 Pg 231, Chapter: Fasaad ut-Taqleed]